উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰশুৰাম থানাৰ অন্তৰ্গত ৰতনপূৰ গাওঁ নিবাসি ৺সাধু কুমাৰৰ পুত্ৰ ডিম্পল কুমাৰ(১৬) নামৰ ক্ষুদ্ৰ ব্যৱসায়ী গৰাকী যোৱা ১৫ চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে৷নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচনৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ পৰিয়াল সম্প্ৰতি চিন্তাত পৰিছে৷বিগত এটা সপ্তাহে যুৱকজন সন্ধানহীন হৈ থকাত পৰিয়াল লোক ঘগ্ৰাপাৰ আৰক্ষীৰ কাষ চাপিচে৷আৰক্ষীও আজি পৰ্য্যন্ত কোনো সন্ধান উলিৱাব পৰা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂનાગઢ શહેર કોંગ્રેસ પ્રમુખે મનપાને ઘેરાવ કરવાની આપી
ચીમકી
જૂનાગઢની ઝાંઝરડા ચોકડી પાસે દબાણ હટાવ કામગીરીમાં શહેર કોંગ્રેસ
પ્રમુખ અમિત પટેલે જણાવ્યું હતું...
BIEO ৰ টিপুক সমবায় সমিতিত কৰা অভিযান সন্দৰ্ভত বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া।
দালাল চক্ৰক উৎখাত কৰাৰ দাবী বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ।