নিশা ৰঙাপৰা আবকাৰী বিভাগৰ অভিযান। ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰা জব্দ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰাৰ সমীপত আবকাৰী বিষয়া জয়ন্ত চৌধৰীৰ নেতৃত্বত আবকাৰীৰ এটা দলে নিশা এক গোপন সুত্ৰৰ পম খেদি ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰা সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে NL 01 L 7862 নম্বৰৰ এখন ট্ৰাকত ভালুকপংৰ পৰা মনিপুৰ অভিমুখে গৈ থকা অৱস্থাত নিশা ১মান বজাত ট্ৰাক সহ এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত দুজনক আটক। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা মূল্যৰ হব বুলি আবকাৰী সুত্ৰত প্ৰকাশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra में नामांकन का आखिरी दिन, महायुति ने 9 तो MVA ने 21 सीटों पर अब तक नहीं उतारे उम्मीदवार
Maharashtra में नामांकन का आखिरी दिन, महायुति ने 9 तो MVA ने 21 सीटों पर अब तक नहीं उतारे उम्मीदवार
টাই পণ্ডিত টেঙাই মহন বঁটা ঘোষণা।
ড৹ দেৱব্ৰত শৰ্মালৈ পণ্ডিত টেঙাই মহণ বঁটা।
অসমৰ প্ৰথম অভিধান প্ৰণেতা ,টাই পণ্ডিত, প্ৰথম ইংলেণ্ড যোৱা অসমীয়া টেঙাই মহনৰ স্মৃতিত টাই আহোম যুৱ...
शिक्रापूर बजरंगवाडीच्या ओढ्यावरील पुलाला आलेला पूर...
शिक्रापूर बजरंगवाडीच्या ओढ्यावरील पुलाला आलेला पूर...
दो दिन के लिए रद्द रहेगी जोधपुर-साबरमती ट्रेनः मदार-पालनपुर रेलखंड पर होगा ब्रिज का काम, चार घंटे देरी से चलेगी श्रीगंगानगर-बांद्रा टर्मिनस
आबूरोड उत्तर पश्चिम रेलवे के मदार-पालनपुर रेलखंड पर जवाई बांध-मोरी बेडा स्टेशनों के बीच तकनीकी...
गरजू व होतकरू विद्यार्थ्यांना आहोपा तर्फे शैक्षणिक साहित्याची वितरण
उदगीर येथील लालबहादूर शास्त्री महाविद्यालयात गरजू व होतकरू विद्यार्थ्यांसाठी सुरू करण्यात आलेल्या...