নিশা ৰঙাপৰা আবকাৰী বিভাগৰ অভিযান। ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰা জব্দ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰাৰ সমীপত আবকাৰী বিষয়া জয়ন্ত চৌধৰীৰ নেতৃত্বত আবকাৰীৰ এটা দলে নিশা এক গোপন সুত্ৰৰ পম খেদি ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰা সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে NL 01 L 7862 নম্বৰৰ এখন ট্ৰাকত ভালুকপংৰ পৰা মনিপুৰ অভিমুখে গৈ থকা অৱস্থাত নিশা ১মান বজাত ট্ৰাক সহ এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত দুজনক আটক। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা মূল্যৰ হব বুলি আবকাৰী সুত্ৰত প্ৰকাশ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાવ ના ધારાસભ્ય ની સાકર તુલા યોજાઈ ..
ગેનીબેન ની સાકર તુલા યોજાઈ..
Lal Krishna Advani को Bharat Ratna, गिरफ्तारी को लेकर उनका 1990 का ये बयान वायरल
Lal Krishna Advani को Bharat Ratna, गिरफ्तारी को लेकर उनका 1990 का ये बयान वायरल
ধিঙত আজাদী কা অমৃত মহোৎসৱ। লক্ষ্য ৩০ হাজাৰ ত্ৰিৰংগা প্ৰস্তুতি
ধিং: ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ৩০,০০০ হাজাৰ ত্ৰিৰংগা বিক্ৰীৰ লক্ষৰে ধিঙৰ বাৰুৱাটিত মহালক্ষী...
US Election Result 2024: बहुमत से महज 22 वोट दूर ट्रंप! सातों स्विंग स्टेट्स में बनाई बढ़त | Aaj Tak
US Election Result 2024: बहुमत से महज 22 वोट दूर ट्रंप! सातों स्विंग स्टेट्स में बनाई बढ़त | Aaj Tak
kota.एक पौधा जरूर लगाएं, मां के नाम समाज को दिया ये उपहार सबसे अनमोल : बिरला.chambalsandesh
kota.एक पौधा जरूर लगाएं, मां के नाम समाज को दिया ये उपहार सबसे अनमोल : बिरला.chambalsandesh