উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত শিক্ষাখণ্ডৰ কনিষ্ঠ সহায়ক।গ্ৰেপ্তাৰ নগাঁও লাওখোৱা শিক্ষাখণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচ।

শিক্ষক ৰদ-বদল কৰাৰ নামত ১৫ হাজাৰ টকা লওতেই হাতে-লোটে গ্ৰেপ্তাৰ বিপুল মেচ।