অৰুনাচলে ৰিঙিয়াইছে এতিয়া সকলোকে। ভূপেনদাৰ কালজয়ী সেই গীতটি আজি কামেং সিমান্ত ঘূৰিলো। হয় অৰুনাচল প্ৰদেশৰ কামেং নদীৰ পাৰত তথা টিপ্পীত অৱস্থিত এই জলপ্ৰপাতটো নাম যাৰ "লুলুম" অকা ৰানী লুলুমৰ নামেৰে নামাকৰন কৰা এই জলপ্ৰপাত টোত এতিয়া আগমন ঘটিছে বহু পৰ্য্যটকৰ। ভালুকপংৰ অসমৰ সীমাৰ পৰা প্ৰায় ২০ কি.মি.নিলগত অৰুনাচল প্ৰদেশৰ টিপ্পিত অৱস্থিত এই জলপ্ৰপাতটো এতিয়া সকলোৰে বাবে অৱসৰ বিনোদনৰ এক মনোমোহা ঠাই। প্ৰতি দিনে এই জলপ্ৰপাতোত আগমন ঘটিছে শ-শ লোকৰ। জলপ্ৰপাতোৰ পৰা পানী গৈ পৰে কামেং নদীত অৰুনাচল ৰ এই মনোমোহা পৰিবেশে এতিয়া প্ৰতিজনক হাত বাউলি দি মাতিছে। এই জলপ্ৰপাত টোত এই মনোমোহা পৰিবেশৰ মাজত কিছু সময় কটালে যে দেহৰ পৰা আঁতৰ হয় সকলো অৱসাদ যাৰ বাবে অসমৰ পৰা প্ৰতিদিনে এই লুলুম জলপ্ৰপাতলৈ আগমন ঘটেছে এতিয়া শ-শ লোকৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી નગરપાલિકા દ્વારા સફાઇ ના નામે મીંડું લોકો દ્વારા સફાઇ કરવા રજૂઆત
અમરેલી નગરપાલિકા દ્વારા સફાઇ ના નામે મીંડું લોકો દ્વારા સફાઇ કરવા રજૂઆત
Special Report: आखिर त्योहार आते ही कौन देश का माहौल बिगाड़ने की फिराक में है? | Stone Pelting
Special Report: आखिर त्योहार आते ही कौन देश का माहौल बिगाड़ने की फिराक में है? | Stone Pelting
Mufti seeks preservation of tomb of Kashmir’s last indigenous king in Bihar
Kashmir’s last indigenous king Yousuf Shah Chak died in Bihar years after Mughal emperor...
BHAVNAGAR : કલા મહાકુંભ સ્પર્ધાનું ભવ્ય આયોજન
BHAVNAGAR : કલા મહાકુંભ સ્પર્ધાનું ભવ્ય આયોજન