পেঙেৰি তৰাণি সংৰক্ষিত বনাঞ্চলৰ মাজত পথৰ এটা বৃহৎ গাঁতৰ পৰা এটা হাতীৰ পোৱালি উদ্ধাৰ কৰা হৈছে। বনাঞ্চলৰ মাজৰ পৰা ওলাই অহা হাতীৰ পোৱালিটো পথৰ কাষতে থকা এটা বৃহৎ গাঁতত সোমাই পৰে। বহু সময় ধৰি আৰ্তনাদ কৰি থকা গজৰাজৰ পোৱালিটো অবশেষত স্থানীয় ৰাইজ আৰু বন কৰ্মীৰ সহযোগত নলাটো বহলাই খান্দি পোৱালিটো গাঁতৰ পৰা ওলাই অহাত সহায় কৰে। গাঁতৰ পৰা মুক্তি লাভ কৰাৰ পিছত হাতীৰ পোৱালিটো পুনৰ বনাঞ্চলৰ ভিতৰ চৰালৈ ঢাপলি মেলে । স্থানীয় ৰাইজৰ মত অনুসৰি পথ নিৰ্মাণ কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবেই এই কাণ্ড সংঘটিত হবলৈ পালে। কিয়নো পথ নিৰ্মাণ কৰোতে ঠিকাদাৰে পথৰ কাষতে এই বৃহৎ গাঁত খন্দাৰ ফলত এনেধৰণৰ ঘটনাৰ সাক্ষী হব লগা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মুকলিত প্লাষ্টিকৰ আৱৰ্জনা দেখি টুইটাৰত খং উজাৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ।
পিছে প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ হ'বনে?
মুকলিত প্লাষ্টিকৰ আৱৰ্জনা দেখি খং বিধায়কৰ !
धनुष्यबाण चिन्ह गोठवल्यानंतर प्रथमच माध्यमांशी संवाद साधताना -आ.सुरेश धस | #Mla Suresh Dhas Beed |
धनुष्यबाण चिन्ह गोठवल्यानंतर प्रथमच माध्यमांशी संवाद साधताना -आ.सुरेश धस | #Mla Suresh Dhas Beed |
રાજ્યસરકારે લાઉડસ્પીકર અંગેના નિર્ણય ને લઈ સામાજીક કાર્યકર ઇન્દ્રજીતસિંહે આપી મહત્વની પ્રતિક્રિયા
રાજ્યસરકારેલાઉડસ્પીકરઅંગેનાનિર્ણય ને લઈ શહેરનાસામાજીક કાર્યકરઇન્દ્રજીતસિંહહે આપી મહત્વની પ્રતિક્રિયા
અરવિંદ કેજરીવાલજીએ નક્કી કર્યું છે કે જનતાનાં ટેક્સનાં પૈસામાંથી જનતા માટે સારી સ્કૂલ, સારી હોસ્પિટલ, મફત વીજળી આપીશું, ભાજપને જે કરવું હોય એ કરે : ગોપાલ ઇટાલિયા
આમ આદમી પાર્ટીના પ્રદેશ પ્રમુખ ગોપાલ ઇટાલિયાએ ખેડામાં વેપારીઓ સાથેના સંવાદમાં જણાવ્યું...