ধেমাজিৰ জিলাৰ উত্তৰ ধেমাজিত আজি ভাৰতীয় জনতা পৰ্টিৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগে এক মেগা ক’ভিড টিকাকৰণ কাৰ্যক্ৰম অনুষ্ঠিত কৰে ৷ উত্তৰ ধেমাজি পঞ্চায়ত কাৰ্যালয় চৌহদত আয়োজন কৰা ক’ভিড ভেকচিন টিকাকৰণ কাৰ্যসূচীত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি দুই শতাধিক লোকে ক’ভিড ভেকচিন গ্ৰহণ কৰে ৷ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰিম দত্ত, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি চিকিৎসক-চিকিৎসাকৰ্মী উপস্থিত থাকি ভেকচিন প্ৰদানত ৰাইজক উৎসাহিত কৰে ৷ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু জিলা বিজেপিয়ে চিকিৎসক, চিকিৎসা কৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীক সম্বধনা জনায় ৷ টিকাকৰণৰ লগত সংগতি ৰাখি আয়োজন কৰা সজাগতামূলক সভাত ভাষণ দি সাংসদ প্ৰদান বৰুৱাই ক’ভিডৰ তৃতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাই ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড টিকাকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब रिकवरी एजेंट की 'दादागिरी' नहीं चलेगी!
अब रिकवरी एजेंट की 'दादागिरी' नहीं चलेगी!
किस पर आपत्ति हो, किस पर नहीं... सलाह मत दिया करो, चलो बैठो', स्पीकर ओम बिरला ने जब दीपेंद्र हुड्डा को लगाई फटकार।
लोकसभा चुनाव के बाद संसद का पहला सत्र चल रहा है. संसद के पहले सत्र के चौथे दिन राष्ट्रपति के...
পানবাৰীত আৰ্চিৰণ নিলগন সজাগতা সভা আৰু ফিল্টাৰ বিতৰণ কাৰ্যসুচী
সঞ্জীৱ বৰাৰ সোৱঁৰণত চতুৰ্থ মৃত্যু দিৱস উপলক্ষ্যে নিৰাময়ৰ উদ্যোগত আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ...
Parliament Special Session: Rajya Sabha में Congress MP Shakti Singh Gohil ने सुनाई राजा की कहानी
Parliament Special Session: Rajya Sabha में Congress MP Shakti Singh Gohil ने सुनाई राजा की कहानी
જસદણ આમ આદમી પાર્ટી દ્વારા કેન્ડલ માર્ચ આયોજન કરવામાં આવ્યું
જસદણ આમ આદમી પાર્ટી દ્વારા કેન્ડલ માર્ચ આયોજન કરવામાં આવ્યું