ধেমাজিৰ জিলাৰ উত্তৰ ধেমাজিত আজি ভাৰতীয় জনতা পৰ্টিৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগে এক মেগা ক’ভিড টিকাকৰণ কাৰ্যক্ৰম অনুষ্ঠিত কৰে ৷ উত্তৰ ধেমাজি পঞ্চায়ত কাৰ্যালয় চৌহদত আয়োজন কৰা ক’ভিড ভেকচিন টিকাকৰণ কাৰ্যসূচীত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি দুই শতাধিক লোকে ক’ভিড ভেকচিন গ্ৰহণ কৰে ৷ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰিম দত্ত, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি চিকিৎসক-চিকিৎসাকৰ্মী উপস্থিত থাকি ভেকচিন প্ৰদানত ৰাইজক উৎসাহিত কৰে ৷ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু জিলা বিজেপিয়ে চিকিৎসক, চিকিৎসা কৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীক সম্বধনা জনায় ৷ টিকাকৰণৰ লগত সংগতি ৰাখি আয়োজন কৰা সজাগতামূলক সভাত ভাষণ দি সাংসদ প্ৰদান বৰুৱাই ক’ভিডৰ তৃতীয় পালি ভেকচিন গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাই ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড টিকাকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોણ છે પીએમ મોદીના ફેવરિટ સીએમ? આ યાદીમાં શિવરાજ સિંહ ચૌહાણનો પણ સમાવેશ
ભારતના 17 રાજ્યોમાં ભારતીય જનતા પાર્ટીની સરકાર છે, તે શાસક ગઠબંધનમાં સામેલ છે. આમાંથી 12...
চৰাইদেউত চৰাইদেউ মহোৎসৱৰ নিৰাপত্তা দিশ নিৰীক্ষণ চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ।
সোণাৰিৰ চৰাইদেউ মহোৎসৱলৈ মাত্ৰ এটাদিন বাকী ।ইতিমধ্যে ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।...
मोदी बोले- झारखंड को हमने बनाया है, हम ही संवारेंगे:कांग्रेस चुनाव नहीं जीत पा रही इसलिए समाज तोड़ रही, हम एक रहेंगे, सेफ रहेंगे
झारखंड विधानसभा चुनाव के लिए प्रधानमंत्री नरेंद्र मोदी ने बोकारो के चंदनकियारी में सभा की।...
আলফা নেতা জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰাণৰ মন্তব্য।
আলফা নেতা জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধত উপস্থিত হৈ প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ সভাপতি গুলি অসম...