বিজয়া দশমীত মৰিগাঁৱত দেখা গল প্ৰতিমা বিসৰ্জনৰ আকৰ্ষনীয় দৃশ্য । লোকে লোকাৰন্য হল বিসৰ্জনস্থলী মৰিকলং ঘাট। প্ৰতিমা বিসৰ্জন স্থলীত বহু লোক সমবেতহৈ নীতি নিয়মৰ মাজেৰে কোনো বিঘিনি নোহোৱাকৈ প্ৰতিমাসমূহ বিসৰ্জন দিয়ে । প্ৰশাসনেও এইক্ষেত্ৰত সুপৰিকল্পিতভাবে সহযোগিতা আগবঢ়াই। ইপিনে পূজাৰীয়ে কলে বিজয়া দশমীৰ তাৎপৰ্য ।