ভাৰতীয় সেনাৰ নতুন সশস্ত্ৰ বাহিনী বহুচৰ্চিত 'অগ্নিপথ'ত যোগদানৰ বাবে সাজু হৈছে বহু সংখ্যক নিবনুৱা যুৱক যুৱতী । মৰাণৰ যুৱক যুৱতীসকলেও অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন । ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ কাৰ্যালয়ৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ খোৱাং মণ্ডল লগতেভাৰতীয় সেনাবাহিনীৰ সহযোগত তিলৈনগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা চাৰি দিনিয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ শাৰিৰীক প্ৰশিক্ষণ শিবিৰ।। মৰাণৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী সকলক একত্ৰিত কৰি তেওঁলোকক অগ্নিপথ'ত আঁচনিৰ প্ৰাক নিযুক্তি শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ ৪ আগষ্টত অন্ত পৰিব । এই কাৰ্যসূচীত আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ অভিজ্ঞ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় যুৱক যুৱতী সকলৰ উৎসাহ আৰু প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ লগতে উদ্যোক্তা সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત : 10 વર્ષના શૌર્યજીત ખૈરે મલખંભમાં આપ્યું સ્ટાર પર્ફોમન્સ, હર્ષ સંઘવીએ શેર કર્યો Video
ગુજરાત : 10 વર્ષના શૌર્યજીત ખૈરે મલખંભમાં આપ્યું સ્ટાર પર્ફોમન્સ, હર્ષ સંઘવીએ શેર કર્યો Video
થરાદના લુણાવામાં મંદિરમાં પોલીસે ગાંજાના છોડ સાથે શખ્સને ઝડપ્યો
થરાદના લુણાવા માળી ફાર્મમાં માતાજીના મંદિરને આશ્રય સ્થાન બનાવનાર બાવાજી અમદાવાદનો બુટલેગર હોવાનું...
कृष्णा सेवा संस्थान ने मनाया फागोत्सव होली के पर्व को शांति व अनुशाशन से मनाएं : दवे
कृष्णा खेल संस्थान के युवाओं द्वारा फागोत्सव कार्यक्रम का आयोजन किया गया जिसमें सभी सदस्यों ने...
চৰকাৰী অভিযন্তাৰ চৌহদৰ পৰা জব্দ কৰে দুৰ্নীতি বিৰোধী চোৰাংচোৱাই ৪৫ লাখৰো অধিক টকা
অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে শুকুৰবাৰে উৎকোচ লোৱাৰ সময়ত ধৰা পৰা এজন চৰকাৰী...