সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ত আজি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত দৈনিক লেখা নামৰ পত্ৰিকা খন উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰঘুনাথ কাগয়ুঙে আঁতধৰা উন্মোচনী অনুষ্ঠানত বিভাগটোৰ অধ্যাপিকা ড° ৰীতা দত্ত, কেশৱী ভূঞাৰ লগতে বহু কেইগৰাকী লোক উপস্থিত থাকে। উল্লেখ্য যে এই পত্ৰিকা খনত ছাত্ৰ-ছাত্ৰীৰ দৈনিক লেখা সমূহ প্ৰকাশ হয় নিয়মীয়াকৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পৰ্বতত কাছ কণী বিচাৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই : কটাক্ষ ভৱেশ কলিতাৰ
আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ উত্থান আৰু বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰা...
Sonipat Encounter: सोनीपत में पुलिस एनकाउंटर में भाऊ गैंग के 3 कुख्यात बदमाश ढ़ेर | Haryana | AajTak
Sonipat Encounter: सोनीपत में पुलिस एनकाउंटर में भाऊ गैंग के 3 कुख्यात बदमाश ढ़ेर | Haryana | AajTak
સુરેન્દ્રનગર નિવૃત્ત પોલીસ કલ્યાણ ટ્રસ્ટ સુરેન્દ્રનગર દ્વારા પ્રતિભા સન્માન સમારોહ યોજાયો
સુરેન્દ્રનગર ગણપતિ ફાટસર પાસે પ્રાથમિક શાળા વઢવાણ. તેજસ્વી વિદ્યાર્થીઓને સન્માનિત કરવામાં આવ્યા...
भाजपा जिला प्रवक्ता अनिल जैन तालेड़ा ने 51 कन्याओं को कराया कन्या भोज।
नमाना. तालेड़ा में नवरात्रि की नवमी के पर्व पर भाजपा जिला प्रवक्ता अनिल जैन तालेड़ा ने 51...
Gorkhas body reassert Gorkhaland demand, sends memo to PM Modi
Bharatiya Gorkha Parisangh (BGP), a Pan-India social organisation of Gorkhas, reiterated the need...