শোনিতপুৰ জিলাৰ ভালুকপুং পৰা সামৰি একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়লৈ সুখৰ খবৰ।ৰঙাপৰা মহাবিদ্যালয়ৰ ইতিহাসত পোন প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰৰ বাবে মনোনীত হৈছে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক শুভংকৰ দে নামৰ এজন ছাত্ৰ।এই খবৰে মহাবিদ্যালয়খনলৈ কঢ়িয়াই আনিছে সুখৰ বন্যা। উল্লেখ্যে যে ৰঙাপৰা মহাবিদ্যালয়ৰ শুভাংকৰ দে নামৰ এই ছাত্ৰজনে বিদ্যালয়খনত নামৰ্ভৰ্টি কৰাৰ দিনৰে পৰাই মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱাঁ আঁচনিৰৰ গোটৰ সৈতে জড়িত হৈ ৰঙাপৰা বালিপৰাকে ধৰি বিভিন্ন ঠাইত আগবঢ়াই আহিছিল সামাজিক সেৱা,ইয়াৰ ওপৰিও মহামাৰী কভিডৰ সময়ত শুভংকৰৰ কৰ্মৰাজী আছিল উল্লেখ্যখনীয়। সেইহে মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে এইগৰাকী ছাত্ৰ মনোনীত হৈছে দেশৰ প্ৰথম গৰাকী মহিলা তথা মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৰ পৰা লাভ কৰিব ৰাষ্ট্ৰপতিৰ পদক। এই খবৰে সমগ্ৰ ৰঙাপৰা-বালিপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।শুভাংকৰ এই খবৰত উৎফুল্লিত এতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষ। অহা ২৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি গৰাকীৰ পৰা পদক গ্ৰহণ কৰিব শুভাংকৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શેરપુરા ગામે સામાન્ય બાબતે બે ભાઈઓ વચ્ચે ઝઘડો થતાં પિતા અને નાનાભાઈ પર હુમલો કરી ગંભીર ઇજા પહોંચાડતા
શેરપુરા ગામે સામાન્ય બાબતે બે ભાઈઓ વચ્ચે ઝઘડો થતાં પિતા અને નાનાભાઈ પર હુમલો કરી ગંભીર ઇજા પહોંચાડતા
মৰাণত অসম গাওঁৰক্ষী প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথি উদযাপন আৰু গ্ৰন্থ উন্মোচন
অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথিৰ উপলক্ষে আজি মৰাণ আৰক্ষী...
पिम्पल्स ( मुंहासे )क्यों और कैसे होता है? इसकी असली वजह || Why do we get Pimples?|| Acne
पिम्पल्स ( मुंहासे )क्यों और कैसे होता है? इसकी असली वजह || Why do we get Pimples?|| Acne
Jio का सस्ता प्लान: 336 दिन की वैलिडिटी, अनलिमिटेड कॉलिंग और जियो टीवी मुफ्त में
जियो फीचर फोन के लिए कई किफायती प्लान पेश किए जाते हैं। इनमें डेटा बेनिफिट्स के साथ जियो टीवी और...
6.35 ग्राम अवैध मादक पदार्थ (स्मैक) के साथ आरोपी गिरफ्तार परिवहन में प्रयुक्त मोटरसाइकिल जप्त
जिला पुलिस अधीक्षक बून्दी हनुमान प्रसाद ने बताया की अवैध मादक पदार्थों की रोकथाम हेतु थाना...