শোনিতপুৰ জিলাৰ ভালুকপুং পৰা সামৰি একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়লৈ সুখৰ খবৰ।ৰঙাপৰা মহাবিদ্যালয়ৰ ইতিহাসত পোন প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰৰ বাবে মনোনীত হৈছে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক শুভংকৰ দে নামৰ এজন ছাত্ৰ।এই খবৰে মহাবিদ্যালয়খনলৈ কঢ়িয়াই আনিছে সুখৰ বন্যা। উল্লেখ্যে যে ৰঙাপৰা মহাবিদ্যালয়ৰ শুভাংকৰ দে নামৰ এই ছাত্ৰজনে বিদ্যালয়খনত নামৰ্ভৰ্টি কৰাৰ দিনৰে পৰাই মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱাঁ আঁচনিৰৰ গোটৰ সৈতে জড়িত হৈ ৰঙাপৰা বালিপৰাকে ধৰি বিভিন্ন ঠাইত আগবঢ়াই আহিছিল সামাজিক সেৱা,ইয়াৰ ওপৰিও মহামাৰী কভিডৰ সময়ত শুভংকৰৰ কৰ্মৰাজী আছিল উল্লেখ্যখনীয়। সেইহে মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে এইগৰাকী ছাত্ৰ মনোনীত হৈছে দেশৰ প্ৰথম গৰাকী মহিলা তথা মহামহিম ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৰ পৰা লাভ কৰিব ৰাষ্ট্ৰপতিৰ পদক। এই খবৰে সমগ্ৰ ৰঙাপৰা-বালিপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।শুভাংকৰ এই খবৰত উৎফুল্লিত এতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষ। অহা ২৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি গৰাকীৰ পৰা পদক গ্ৰহণ কৰিব শুভাংকৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Weather Update: दिल्ली में हल्की बारिश के साथ लौट सकती सर्दी, दिनभर छाए रहेंगे बादल
आईएमडी के अनुसार, शनिवार को दिल्ली-एनसीआर के अलग-अलग इलाके में दिन भर बादल छाए रहेंगे और हल्की...
कोटा दशहरे में ड्रोन से बनाएं राम और हनुमान
कोटा के राष्ट्रीयमेला दशहरा 2024 में ड्रोन शो का आयोजनक किया गया जिसमें राम मंदिर सहित कई...
रावण का हुआ दहन आतिशबाजी पर उठे सवाल
25 सेकंड में रावण के पुतले का हुआ दहन, आतिशबाजी पर उठे सवाल
नैनवां नगर पालिका के तत्वाधान...
Gold Price Today: सोने के दामों को लेकर आई बड़ी खबर, आपको पता चली क्या? Silver Price | Gold Rates
Gold Price Today: सोने के दामों को लेकर आई बड़ी खबर, आपको पता चली क्या? Silver Price | Gold Rates