নিযুক্তি কেলেংকাৰী সম্পৰ্কত তথ্য দাঙি ধৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস আৰু 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ নিৰপেক্ষ তথা উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবীৰে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা উচ্চ-পৰ্যায়ৰ প্ৰতিনিধি দলে। আজি বিয়লি ৩-৩০ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি দুখন পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰাক্তন সাংসদদ্বয় দ্বিজেন শৰ্মা আৰু বলিন কুলী, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত,উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেগু আৰু ৰূপা দেউৰী, সম্পাদক ৰফিকুল হুছেইনক লৈ গঠিত দলটোৱে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰি দীৰ্ঘ সময় আলোচনাত মিলিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લોરેન્સ બિશ્નોઈ કેવી રીતે ગુંડાઓનો મસીહા બન્યો, વાંચો તેના વિચિત્ર નંબરોની સંપૂર્ણ વાર્તા
ઉત્તર ભારતમાં ગન કલ્ચરને પ્રોત્સાહન આપીને ગેંગ લેન્ડ બનાવનારાઓમાં ગેંગસ્ટર લોરેન્સ બિશ્નોઈનું...
iQOO वॉच और iQOO TWS 1e का फर्स्ट लुक आया सामने, सिंगल चार्ज में चलेगी 11 घंटे
iQOO Smartwatch and iQOO TWS 1e Earbuds iQOO वॉच का ऑफिशियल रेंडर मिल गया है। इसके अलावा कंपनी नई...
जमीनी विवाद में दो पक्ष आमने-सामने, हमले में एक पक्ष के चार लोग घायल, जिला अस्पताल में इलाज जारी।
तालेड़ा क्षेत्र की ग्राम पंचायत बरूंधन के मीणा का झोपड़ा गांव में शनिवार सुबह जमीनी विवाद को लेकर...