কেঁচা চাহপাতৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী লৈকে সকলোতে GST প্ৰয়োগ কৰি ৰাজ্য চৰকাৰে ৰাজভঁৰাল টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে মিউনিচিপাল্টিৰ লগতে গৃহ নিৰ্মাণ, কৃষিভূমি খাজানা বৃদ্ধি কৰাৰ পাছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে কৰ বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে টিংখাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সোমবাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সভাপতি গৰাকীয়ে কয়, চৰকাৰে এতিয়াও কোনো বাচ বিচাৰ নোহোৱাকৈ কৰ লাগাই অসম ৰাইজক ভাৰাক্ৰান্ত কৰি তুলিছে । বিজেপি চৰকাৰ সাধাৰণ ৰাইজৰ শত্ৰু চৰকাৰ। এই চৰকাৰে কেৱল বনিক গোষ্ঠীৰ পুঁজিপতিক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে । ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব লাগিব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोयला खनन लीज मामले में सुप्रीम कोर्ट ने केंद्र सरकार के खिलाफ सख्त रुख अपनाया है
कोयला खनन लीज मामले में सुप्रीम कोर्ट ने केंद्र सरकार के खिलाफ सख्त रुख अपनाया है। कोर्ट ने...
ફતેપુરા ખાતે પંજાબના સી.એમ. ભગવંત માન નો રોડ શો યોજાયો
ફતેપુરા ખાતે પંજાબના સી.એમ. ભગવંત માન નો રોડ શો યોજાયો હતો. આજે તારીખ ૩/૧૨/૨૦૨૨ ના રોજ જાહેર...
દ્વારકામાં આહીર સમાજ ની વાડી માં ડો. વારોતરિયા પરિવાર આયોજિત
દ્વારકામાં આહીર સમાજ ની વાડી માં ડો. વારોતરિયા પરિવાર આયોજિત
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
Result US Election 2024: अमेरिकी चुनाव में डोनाल्ड ट्रंप की जीत, फॉक्स न्यूज का ऐलान | Aaj Tak
Result US Election 2024: अमेरिकी चुनाव में डोनाल्ड ट्रंप की जीत, फॉक्स न्यूज का ऐलान | Aaj Tak