কেঁচা চাহপাতৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী লৈকে সকলোতে GST প্ৰয়োগ কৰি ৰাজ্য চৰকাৰে ৰাজভঁৰাল টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে মিউনিচিপাল্টিৰ লগতে গৃহ নিৰ্মাণ, কৃষিভূমি খাজানা বৃদ্ধি কৰাৰ পাছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে কৰ বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে টিংখাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সোমবাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সভাপতি গৰাকীয়ে কয়, চৰকাৰে এতিয়াও কোনো বাচ বিচাৰ নোহোৱাকৈ কৰ লাগাই অসম ৰাইজক ভাৰাক্ৰান্ত কৰি তুলিছে । বিজেপি চৰকাৰ সাধাৰণ ৰাইজৰ শত্ৰু চৰকাৰ। এই চৰকাৰে কেৱল বনিক গোষ্ঠীৰ পুঁজিপতিক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে । ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব লাগিব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Jury Asked TCS to pay $210 million | Texas की एक अदालत ने कंपनी पर लगाया $21 Cr का जुर्माना
US Jury Asked TCS to pay $210 million | Texas की एक अदालत ने कंपनी पर लगाया $21 Cr का जुर्माना
રામપુરા (ધુ) ગામે મહિલા અસલામત,, નાયબ પોલીસ અધિક્ષક ને રજુઆત..
દિયોદર ના રામપુરા (ધુ) ગામે મહિલા અસલામત,,ઈસમે ઘરમાં જઈ છેડતી કરતા રજુઆત..પરણિત મહિલાએ નાયબ પોલીસ...
দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তামুলপুৰ জিলা প্ৰশাসনৰ ব্যস্ততা
দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তামুলপুৰ জিলা প্ৰশাসনৰ ব্যস্ততা। পেৰেডত অংশ লোৱাৰ...