কেঁচা চাহপাতৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী লৈকে সকলোতে GST প্ৰয়োগ কৰি ৰাজ্য চৰকাৰে ৰাজভঁৰাল টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে মিউনিচিপাল্টিৰ লগতে গৃহ নিৰ্মাণ, কৃষিভূমি খাজানা বৃদ্ধি কৰাৰ পাছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে কৰ বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে টিংখাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সোমবাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সভাপতি গৰাকীয়ে কয়, চৰকাৰে এতিয়াও কোনো বাচ বিচাৰ নোহোৱাকৈ কৰ লাগাই অসম ৰাইজক ভাৰাক্ৰান্ত কৰি তুলিছে । বিজেপি চৰকাৰ সাধাৰণ ৰাইজৰ শত্ৰু চৰকাৰ। এই চৰকাৰে কেৱল বনিক গোষ্ঠীৰ পুঁজিপতিক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰে কৰ বৃদ্ধি কৰি অসমৰ ৰাইজক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে । ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব লাগিব বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Meerut: Kisan Andolan में शामिल हुए Rakesh Tikait ने सरकार से ये क्या कह दिया
Meerut: Kisan Andolan में शामिल हुए Rakesh Tikait ने सरकार से ये क्या कह दिया
માધાપરની વિરાંગનાઓ ૧૩ થી ૧૫ ઓગષ્ટ સુધી પોતાના ઘર પર શાનથી રાષ્ટ્રધ્વજ લહેરાવશે
માધાપરની વિરાંગનાઓ ૧૩ થી ૧૫ ઓગષ્ટ સુધી પોતાના ઘર પર શાનથી રાષ્ટ્રધ્વજ લહેરાવશે
ભુજ :...
Gold Price Update: रॉकेट की रफ्तार से भाग रहा सोना,अब भी 3000 रुपये सस्ता खरीदारी का सुनहरा मौका
शादियों के सीजन के शुरू होते ही सोना और चांदी के दाम सातवें आसमान पर पहुंचने लगे हैं। पिछले आठ...
OMCs Rally Next Week? | Profit Booking का सिलसिला हुआ शुरू? Anuj Singhal से समझें चाल | Business
OMCs Rally Next Week? | Profit Booking का सिलसिला हुआ शुरू? Anuj Singhal से समझें चाल | Business