আৰক্ষীৰো ভয় লাগিছে। কিজানিবা কিবা দায়-দোষ হয়...। কিন্তু ভকতৰহে ভয় নালাগে। টকা আৰু ক্ষমতাৰ খকত দুভাগলৈ বিভক্ত হোৱা ঐতিহাসিক আঠখেলীয়া নামঘৰৰ দ্বাৰত ওলমিছে তলা। চৰম লজ্জাজনক...। গুৰুজনাই এক কৰে, ভকতে ভাগ কৰে...। ৰাইজৰ বাবেই নামঘৰত কৰ্তব্য সমাপন কৰি আঠখেলীয়া মহা প্ৰভুৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিলে আৰক্ষীৰ লোকে । যি দৃশ্যই প্ৰতিজন লোকৰ হৃদয় চুই গ'ল।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |