## ডবকাৰ জংঘলব্লকত জাপানী এনকেফেলাটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু ৷ 

## মৃত লোকজনৰ নাম আলাউদ্দিন ৷ তেওঁ জংঘলব্লক হাই স্কুলৰ নিম্ন বৰ্গৰ সহায়ক ৷ 

## যোৱা 15 দিন ধৰি JE ত আক্ৰান্ত লোকজনে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ ত্যাগ কৰে ৷ 

## এসপ্তাহ পূৰ্বে এগৰাকী ছয় বছৰীয়া শিশুওঁ JE ত আক্ৰান্ত হৈ মৃত্যুবৰন কৰিছিল ৷