বালিপৰাত য়ুথ অলিম্পিকত পদক বিজয়ী টাইকোৱানডো খেলুৱৈক সম্বৰ্ধনা।অলপতে অসমত পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অসম যুৱ অলিম্পিক ২০২২ ত টাইকোৱানডো খেলত বালিপৰা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষাৰ্থী কৰন ভুমিজে ৭৮ কিগ্ৰা শাখাত কামৰূপ জিলাৰ হৈ অংশগ্ৰহন কৰি ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বালিপৰা অঞ্চলটিলৈ সুনাম কঢ়িওৱা খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনোৱা হয়।বালিপৰা টাইকোৱানডো একাডেমীয়ে অনুষ্ঠিত কৰা অনুষ্ঠানটিত বালিপৰা প্ৰেছ ক্লাৱ,বালিপৰা পেপছি ক্লাৱ,বালিপৰা টাইকোৱানডো একাডেমীৰ লগতে বালিপৰাৰ বিভিন্ন জনে খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায়।উল্লেখ্য যে বালিপৰাৰ টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক দীপজ্যোতি শইকীয়া আৰু হৰেন ভুমিজৰ তত্বধনাত কৰন ভুমিজে প্ৰশিক্ষন লৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য
চিলাপথাৰৰ বিশিষ্ট সমাজ কৰ্মী নাৰায়ণ সোনোৱালৰ বিয়োগ
চিলাপথাৰ, ১৩ আগষ্টঃ চিলাপথাৰৰ নগৰাঞ্চলৰ ২ নং চিলাগাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন সেনা...
Nilesh Shah Multibagger Picks | Metals में अभी भी बहुत पैसे बनाने के मौके मिलेंगे? | Business News
Nilesh Shah Multibagger Picks | Metals में अभी भी बहुत पैसे बनाने के मौके मिलेंगे? | Business News
पाटील बुवाच्या खटल्याची सुनावणी 25 नोव्हेंबरला होणार
रत्नागिरी : तालुक्यातील झरेवाडी येथील श्रीकृष्ण अनंत पाटील बुवा यांच्याविरूद्ध दाखल खटल्याची...
Bajaj Pulsar N150 भारत में हुई लॉन्च, इंजन P150 और डिजाइन N160 पर बेस्ड
Bajaj Pulsar N150 sporty commuter launched
बजाज ऑटो ने आज Bajaj Pulsar N150 बाइक को 1,17,677...