নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বাহাৰঘাটত আজি এটা মোবাইল চোৰক হাতেলোটে আটক কৰি ৰাইজে কানত ধৰি উঠাবহা কৰাই ভবিশ্যতৰ বাবে চোৰ বৃত্তিৰ পৰা আতৰত থকাৰ সপত খুৱাই৷উল্লখ্য যে আজি পূৱা বাহাৰঘাটত মৰোৱা কমলপুৰ পথত থকা এটি উপপথত এখন চিমেণ্ট ভৰ্তি ট্ৰাক ফাচি যোৱাত তাক প্ৰত্যক্ষ কৰিবলৈ অসংখ্য ৰাইজৰ সমাগম হৈছিল৷বহুতো যানবাহনোো জমা হৈছিল ৰাস্তাৰ দুয়োমুৰে৷ উক্ত ঘটনা প্ৰত্যক্ষ কৰিবলৈ এজন যুৱকে তেওঁৰ ওৱেগনাৰ গাড়ীখনৰ পৰা নামি আহিছিল,কিন্তু তেওঁৰ মোবাইলটো গাড়ীতে এৰি আহে৷ইতিমধ্যে উক্ত ঠাইত জলজীৱন মিচনৰ পাইপ ভৰ্তি টাটা মেজিক ভেন এখন সেই ঠাইতে ৰৈ ঘটনাস্থলী পৰ্য্যবেক্ষন কৰে আৰু তাৰ পৰা উভতি অন্য পথৰে যাত্ৰা কৰে৷এনেতে ওৱেগনাৰ খনৰ যুৱক জনে মোবাইলটো নেদেখি হাহকাৰ লগাই৷তাৰ পিচত অনুসন্ধান কৰি মেজিক ভেনখনৰ কোনোবাই নিয়া বুলি নিশ্চিত হৈ গাড়ীখনক খেদি ধৰা পেলাই৷তাতে মোবাইল নিয়া চোৰটোক চিনাক্ত কৰে৷চোৰটো হাজোৰ মনাহকুছিৰ ৰাজু আলি বুলি চিনাকি দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...
જીઆઈડીસી ઓખા દ્વારકા હાઈવે પર એક ઈસ્મ બેફીકરાઈ પુવૅક રીક્ષા ચલાવતા પોલીસે ગુનો નોધીયો
જીઆઈડીસી ઓખા દ્વારકા હાઈવે પર એક ઈસ્મ બેફીકરાઈ પુવૅક રીક્ષા ચલાવતા પોલીસે ગુનો નોધીયો
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
सरकारने शेतकऱ्यांना मदतीचा शब्द दिल्यावर
आमदार कैलास पाटीलांनी केले उपोषण स्थगित
- विरोधी पक्षनेते अंबादास दानवेंच्या पुढाकाराने
राज्य सरकारने दिला मदतीचा शब्द
उस्मानाबाद :- (दीपक परेराव)शेतकऱ्यांना अतिवृष्टीची येत्या २ दिवसांत मदत देण्यात येईल, तसेच...