শোনিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ অভিযান। চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলায় এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হেৰইন।খনামুখ কেকোকলি নেপালীৰ পৰা উদ্ধাৰ কৰে হেৰইনসমুহ।তিনিটা চাবোন কেচৰ ভিতৰত আনিছিল হেৰইনসমুহ।উদ্ধাৰ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় ৮ লাখ পঞ্চাশ হাজাৰ টকা।মহিলাগৰাকীৰ নাম তচমিনা বেগম।উল্লেখ্য যে শোণিতপুৰ জিলাৰ ভিতৰতে এইয়া সৰ্ববৃহৎ অভিযান।