মাজুলীৰ শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন সংস্থাৰ উদ্যোগত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হব অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহ । এই উপলক্ষে চামগুৰি বণিয়া গাঁও শংকৰ মাধৱ কীৰ্তন ঘৰত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নৰসিংহ সত্ৰৰ ডেকা সত্ৰাধিকাৰ, ভোগপূৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্ত, দিখৌ মুখীয়া সত্ৰৰ অধিকাৰ।সভাতে তাৰানাথ মহন্তক সভাপতি , ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্তক কাৰ্যকৰী সভাপতি, প্ৰশান্ত ভৰালীক প্ৰধান সম্পাদক, সূৰ্য কুমাৰ ভূঞাক স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে লৈ মাজুলী ভিত্তিত ৫১ জনীয়া এখন সমিতি গঠন কৰে । মহাপুৰুষ গুৰু জনাৰ সৃষ্ট ছয় খন মূল অংকীয়া নাটৰ লগতে পৰৱৰ্তী সময়ৰ সাধু সকলে লিখা ভিন্ন অংকীয়া নাটেৰে প্ৰদৰ্শনী মূলক ভাবে অনুষ্ঠিত হব লগা অসম ভিত্তিত অংকীয়া ভাওনা সমাৰোহ খনি আমন্ত্ৰণ মূলক ভাওনা শিল্পী দলেৰে প্ৰদৰ্শিত হব বুলি জানিবলৈ দিয়ে সভাপতি তাৰানাথ মহন্তই । নাটৰ ওপৰত ভিত্তি কৰি তিনি বা পাঁচ দিনীয়া কাৰ্যসূচীৰে প্ৰাচীন চামগুৰি সত্ৰৰ সমীপতে অনুষ্ঠিত হব লগা ভাওনা সমাৰোহ সম্পৰ্কে এক সংবাদ মেলত সমাৰিহ খনিত অসম বাসীৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हरियाणा में बदल सकती है चुनाव की तारीख:1 अक्टूबर की जगह 6 दिन बाद वोटिंग संभव
हरियाणा में 1 अक्टूबर के लिए प्रस्तावित विधानसभा चुनाव की वोटिंग की तारीख बदल सकती है। भाजपा और...
પોરબંદરમાં કાચબા છટકબારી નેટ માટે વોર્કશોપ યોજાયો
એમપેડા, સીઆઇએફટી અને નેટફિશ દ્વારા માછીમારો માટે આયોજિત વર્કશોપમાં માર્ગદર્શન અપાયું.
૦૦...
ડીસાના ખરડોસણ નજીક ગાયની અડફેટે બાઇક ચાલકનું મોત
ડીસાના જૂનાડીસા-પાટણ રોડ ઉપર ખરડોસણ નજીક સોમવારે રાત્રે ગાયની અડફેટે બાઇક ચાલકનું મોત થયું હતુ....
મતદાર યાદી સુધારણા કાર્યક્રમ અંતર્ગત સાવરકુંડલા ખાતે
ત્રીજી જાતિના નાગરિકોની નોંધણી
અમરેલી, તા.૪ સપ્ટેમ્બર, ૨૦૨૨ (રવિવાર) અમરેલી જિલ્લા સહિત સમગ્ર રાજ્યમાં મતદાર યાદી સુધારણા...
થરાદમાં ૧૦ બ્લોકનાં તાળાં તુટતાં ફફડાટ
થરાદમાં ૧૦ બ્લોકનાં તાળાં તુટતાં ફફડાટ