যোৱা ১৭ চেপ্তেম্বৰ তাৰিখে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যোষ্ঠ চিকিৎসক ডা° টিকেন্দ্ৰজিত শৰ্মাক কোনো দূৰ্বৃত্তই কৰ্তব্যৰত অৱস্থাত শাৰিৰীক ভাবে আক্ৰমণ কৰাৰ ঘটনাৰ পাছত সমগ্ৰ কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ চিকিৎসক গৰাকীয়ে আৰক্ষী থানাতো ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ দূখীক কৰায়ত্ত কৰিবলৈ চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মী আৰু বিভিন্ন দল সংগঠনে দাবী জনাইছে ৷ এই ঘটনাৰ আজি দুটা দিন উকলিবলৈ হ’ল যদিও পলাতক অৱস্থাত থকা দূৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ প্ৰতিবাদত কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে বৰ ডিৰাক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে কলা বেজ , হাতে হাতে প্লেকাৰ্ড লৈ কৰ্মবিৰতি পালন কৰিছে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে তিনিচুকীয়া জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৷ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীক সহযোগীতা আগবঢ়াই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে AJYCP তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আৰু কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ৷ শীঘ্ৰেই দূখীক কৰায়ত্ত কৰাৰ দাবী জনায় চিকিৎসক , চিকিৎসা কৰ্মী সকলৰ লগতে দল সংগঠনৰ বিষয়ববীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પંજાબના મુખ્યમંત્રીશ્રી ભગવંત માનનું રાજુલા ખાતે શાનદાર ભાષણ | Aam Aadmi Party Gujarat
પંજાબના મુખ્યમંત્રીશ્રી ભગવંત માનનું રાજુલા ખાતે શાનદાર ભાષણ | Aam Aadmi Party Gujarat
PM Narendra Modi inaugurates Rajkot International Airport in Gujarat.
PM Narendra Modi inaugurates Rajkot International Airport in Gujarat.
MORBI TODAY : પાટીદાર પાવરઃ મોરબીમાં છેતરપિંડીનો ભોગ બનેલ યુવાનની તાબડતોબ ફરીયાદ લેવાઇ
મોરબીમાં ૧૭.૩૫ લાખથી વધુની છેતરપિંડીનો ભોગ બનેલો યુવાન મોરબી સીટી એ ડીવીઝન પોલીસ સ્ટેશન ખાતે...
पोयनाड - नागोठणे मार्गावरील श्रीगाव नजीकच्या रस्त्यावर भीषण अपघात*
पोयनाड नागोठणे मार्गावरील श्रीगाव रस्त्यावर (दिं.२६सप्टेंबर२०२२) दुपारी २ वाजताच्या...
શિનોરમાં ગણપતિ વિસર્જન દરમિયાન ગરબામાં ટ્રેડિશનલ ડ્રેસમાં ક્યાં ? દેખાઈ મહિલાઓ જુવો 👉👇
શિનોરમાં ગણપતિ વિસર્જન દરમિયાન ગરબામાં ટ્રેડિશનલ ડ્રેસમાં ક્યાં ? દેખાઈ મહિલાઓ જુવો 👉👇