যোৱা ১৭ চেপ্তেম্বৰ তাৰিখে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যোষ্ঠ চিকিৎসক ডা° টিকেন্দ্ৰজিত শৰ্মাক কোনো দূৰ্বৃত্তই কৰ্তব্যৰত অৱস্থাত শাৰিৰীক ভাবে আক্ৰমণ কৰাৰ ঘটনাৰ পাছত সমগ্ৰ কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ চিকিৎসক গৰাকীয়ে আৰক্ষী থানাতো ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ দূখীক কৰায়ত্ত কৰিবলৈ চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মী আৰু বিভিন্ন দল সংগঠনে দাবী জনাইছে ৷ এই ঘটনাৰ আজি দুটা দিন উকলিবলৈ হ’ল যদিও পলাতক অৱস্থাত থকা দূৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ প্ৰতিবাদত কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে বৰ ডিৰাক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে কলা বেজ , হাতে হাতে প্লেকাৰ্ড লৈ কৰ্মবিৰতি পালন কৰিছে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে তিনিচুকীয়া জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৷ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীক সহযোগীতা আগবঢ়াই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে AJYCP তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া আৰু কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ৷ শীঘ্ৰেই দূখীক কৰায়ত্ত কৰাৰ দাবী জনায় চিকিৎসক , চিকিৎসা কৰ্মী সকলৰ লগতে দল সংগঠনৰ বিষয়ববীয়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુધા નગરપાલિકા પરિવાર દ્વારા મોરબી ની હોનારત ના મૃતકો શ્રદ્ધાંજલિ અર્પણ કરવામાં આવી
મોરબી ની હોનારત ને લઈ તમામ ભારત માં દુઃખ ની લાગણી પ્રસરી ગઈ છે આ ઘટનાની સમગ્ર ભારત મા સોપો...
Anju Pakistan News: Pakistan के बाद खुला Anju के दुबई कनेक्शन का राज
Anju Pakistan News: Pakistan के बाद खुला Anju के दुबई कनेक्शन का राज
મહુવા માંથી ૧૧,૪૨,૦૪૦/-નો મુદ્દામાલ સાથે એક ઈસમ ઝડપાયો પાંચ ફરાર
ભાવનગર, એલ.સી.બી./પેરોલ ફર્લો સ્ટાફનાં માણસો મહુવા પો.સ્ટે. વિસ્તારમાં પેટ્રોલીંગમાં હતાં.તે...
रोजमर्रा का जीवन प्रभावित करता है Periods का असहनीय दर्द, तो इन फूड आइटम्स से पाएं जल्द आराम
हर महिला को अपने जीवन में कई पड़ावों से गुजरना पड़ता है। Periods इन्हीं में से एक है जिससे हर...