অজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোৱণশিৰীৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰভাত ফেৰি।

বিদ্যালয়ৰ চৌহদ পৰা বেবেজীয়া চাৰীয়ালী লৈকে অজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বা বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোৱণশিৰীৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় যে বাহিৰ কৰে ৫কিলোমিটাৰ প্ৰভাত ফেৰি ।