সোণাৰিত জনজাতিকৰণৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মঘট। 

সোণাৰিত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ জনজাতি কৰণৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় গোষ্ঠীক জনজাতিকৰণ প্ৰতাৰণাৰ কৰাত আজি সোণাৰি নগৰৰ মাজমজিয়াৰ লাচিত উদ্যানত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।