ডিব্ৰুগড় জিলাৰ বামুনবাৰী চকীৰ অন্তৰ্গত বামুনবাৰী কাৱৈমাৰী আৰু ঠেঙ্গাল গাৱত আৰক্ষীয়ে অবৈধ চুলাইৰ বিৰুদ্ধে অভিজান চলাই ৩০০ লিঃ মান চুলাই নষ্ট কৰাৰ লগতে চুলাই বনাবলৈ মজুত ৰখা সামগ্ৰী সমুহ নষ্ট কৰে। বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ গায়নে জনোৱা মতে কাৱৈমাৰী গাৱৰ নাৰায়ন।সোনোৱাল আৰু ঠেঙ্গাল গাৱৰ ক্ষীৰকান্ত গগৈৰ ঘৰত অভিযান চলাই চুলাই সমুহ নষ্ট কৰাৰ।লগতে ভৱিষ্যতলৈ এনে ব্যৱসায় নকৰিবলৈ সকিয়াই দিয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લીંબડીમાં વહેલી સવારે મારૂતિ ફ્રન્ટી કારમાં આગ લાગી
સુરેન્દ્રનગર જિલ્લામાં ગેસ થી ચાલતા વાહનોમાં આગ લાગવાની ઘટનાઓ સામે આવી રહી છે ત્યારે હજુ રવિવારે...
Sambhal bawadi Video: संभल में बावड़ी की दूसरी मंजिल मिली, देखिए कितनी हुई खुदाई
Sambhal bawadi Video: संभल में बावड़ी की दूसरी मंजिल मिली, देखिए कितनी हुई खुदाई
પાલનપુરમાં હાઈકોર્ટના આદેશ બાદ 9 ગ્રામસેવકો બરતરફ કરાયા
બનાસકાંઠામાં 9 ગ્રામસેવકો હાઈકોર્ટનાં ચુકાદાના આધારે સરકારી નોકરીમાંથી કાયમી છુટા કરાયા છે.કૃષિ...
Viral Video: अस्पताल में बंदूक लेकर पहुंचे JDU के विधायक Gopal Mandal, सवाल पूछने पर भड़क गए
Viral Video: अस्पताल में बंदूक लेकर पहुंचे JDU के विधायक Gopal Mandal, सवाल पूछने पर भड़क गए