ডিব্ৰুগড় জিলাৰ বামুনবাৰী চকীৰ অন্তৰ্গত বামুনবাৰী কাৱৈমাৰী আৰু ঠেঙ্গাল গাৱত আৰক্ষীয়ে অবৈধ চুলাইৰ বিৰুদ্ধে অভিজান চলাই ৩০০ লিঃ মান চুলাই নষ্ট কৰাৰ লগতে চুলাই বনাবলৈ মজুত ৰখা সামগ্ৰী সমুহ নষ্ট কৰে। বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ গায়নে জনোৱা মতে কাৱৈমাৰী গাৱৰ নাৰায়ন।সোনোৱাল আৰু ঠেঙ্গাল গাৱৰ ক্ষীৰকান্ত গগৈৰ ঘৰত অভিযান চলাই চুলাই সমুহ নষ্ট কৰাৰ।লগতে ভৱিষ্যতলৈ এনে ব্যৱসায় নকৰিবলৈ সকিয়াই দিয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इनरव्हील ने मदर मिल्क बैंक में वितरित किए पौष्टिक आहार के पैकेट
इनरव्हील ने मदर मिल्क बैंक में वितरित किए पौष्टिक आहार के पैकेटबून्दी। विश्व स्तनपान सप्ताह के...
মহা শিৱৰাত্ৰি ৮মাৰ্চত:-ৰহাত ব্যাপক প্ৰস্তুতি।ৰহাচকি ৰাইজৰ ২৫তম্ বাৰ্ষিক শিৱৰাত্ৰি উদযাপনৰ প্ৰস্তুতি।
অহা ৮মাৰ্চত সমস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন্ন প্ৰান্তত মহা শিৱৰাত্ৰী...
131वां राष्ट्रीय मेला दशहरा 2024, थ्री डाइमेंशन प्रभाव से दमकेगा रावण का पुतला, दहन के लिए पुतले, खड़े करने का काम शुरू
राष्ट्रीय मेला दशहरा 2024 में 12 अक्टूबर को रावण दहन किया जाएगा। रावण, कुंभकर्ण और मेघनाद के...
II SAMUH LAGAN II LAAL BANGLA NI MELDI II
II SAMUH LAGAN II LAAL BANGLA NI MELDI II