সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ লাহৰীঘাটৰ অমৰাগুৰি গাঁৱৰ শুকমণি বড়োক গাঁওবাসীয়ে দেওবাৰে জনালে আদৰণি।অতি পিছ পৰা গাঁওখনৰ যতীন বড়ো আৰু জমিলা বড়োৰ কণিষ্ঠ পুত্ৰ শুকমণি বড়োয়ে কষ্টৰ ফলত অসম আৰক্ষীৰ কামাণ্ড বাহিনীত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত গাঁওবাসী আনন্দিত হৈছে।উল্লেখ্য যে অনুশীলনৰ কাৰণে স্থানীয় ভাৱে কোনো খেল পথাৰ নথকাত যুৱক জনে বহু কষ্টৰে প্ৰায় চাৰি কিল'মিটাৰ দূৰলৈ গৈ প্ৰতিদিনে দৌৰ আদিৰ অনুশীলন কৰি আহিছিল। কোনো ধৰণৰ টকা পইচাৰ লেনদেন নোহোৱাকৈ চাকৰিৰ বাবে উত্তীৰ্ণ হবলৈ পাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক যুৱক জনৰ লগতে গাঁওবাসীয়ে জনালে কৃতজ্ঞতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
રાધનપુર : મારૂતિ પ્લાઝા શોપિંગ સેન્ટરમાં હત્યાનો બનાવ | SatyaNirbhay News Channel
રાધનપુર : મારૂતિ પ્લાઝા શોપિંગ સેન્ટરમાં હત્યાનો બનાવ | SatyaNirbhay News Channel
7th Phase Voting : सुनिए मोहाली में मतदान के बाद क्या बोले Raghav Chadha | AAP | BJP | Election 2024
7th Phase Voting : सुनिए मोहाली में मतदान के बाद क्या बोले Raghav Chadha | AAP | BJP | Election 2024