চিলাপথাৰ গোলাইত আজি অসম গোৰ্খা সন্মিলনি , সদৌ অসম গোৰ্খা ছাত্র সন্থা আৰু গোৰ্খা মহিলা সমিতিৰ চিলাসুঁতি আৰু চিলি গোলাই শাখা সমিতিৰ উদ্যোগত গোলাই গোৰ্খা ভৱন প্ৰাঙ্গণত প্ৰথম বাৰ্ষিক তীজ উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। পুৱা চাফাই অভিযানেৰে আৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন উপ সভাপতি খেমবাহাদুৰ ছেত্ৰীয়ে। ইয়াৰ পাছতে মঞ্চ মুকলি কৰে নেপালী সাহিত্য সভাৰ চিলাসুঁতি আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন উপাধ্যায়ই । তাৰ পাছত ৰাজেন উপাধ্যায় সভাপতিত্ব অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সংগিনী নৃত্য, তীজ নৃত্য, তীজৰ আধুনিক গীতৰ নৃত্য, দুনা-টপৰি গাছনে প্ৰতিযোগিতা অনুষ্ঠিত হয়। তীজ মহোৎসৱত ডিমৌ, চিলাসুঁতি, চিলি, গোলাই আদিৰ পৰা সহস্ৰাধিক গোৰ্খা মহিলা সকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে গোৰ্খা স্বায়ত্ত শাসন দাবী সমিতিৰ সভাপতি হৰ্ক বাহাদুৰ ছেত্ৰী উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢায় । সভাত গোৰ্খা স্বায়ত্ত শাসন দাবী সমিতিৰ সম্পাদক গনেশ বিশ্বকৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সংস্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি চমৰাজ পুৰী, অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন সদস্য খেমবাহাদুৰ ছেত্ৰী, সন্মিলনৰ ধেমাজি জিলা সমিতিৰ উপ সভানেত্ৰী উমা দেৱীৰ লগতে অসম গোর্খা সন্মিলনীৰ চিলাসুঁতি শাখাৰ সভাপতি দিলিপ ছেত্ৰী, গোলাই আঞ্চলিক গোর্খা মহিলা সমিতিৰ সভানেত্ৰী সীতা দেৱী প্ৰমুখ্যে বহু সংখ্যক গোৰ্খা জাতীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નવચંડી યજ્ઞ યોજાયો | SatyaNirbhay News Channel
નવચંડી યજ્ઞ યોજાયો | SatyaNirbhay News Channel
ભાભરમાં વિજ કંપનીની બેદરકારી આવી સામે
#buletinindia #gujarat #banaskantha
वरखेडा येथील महारुद्र देवाचे दर्शन घेऊन विकास कामाचा ध्यास
हिंगोली जिल्ह्याच्या सेनगांव तालुक्यातील वरखेडा गावचे कर्तुत्वान सरपंच गजानन रावजी सावंत यांची आज...
Rakshabandhan celebrated with Indian Army at Indo-Sino border Bum- La
Rakshabandhan CELEBRATED WITH INDIAN ARMY AT INDIA -CHINA BORDER at Tawang.
Tezpur:...