সৰুপথাৰ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আজি সৰুপথাৰতো ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে ধৰি ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰক দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কালি ভাৰত চৰকাৰে পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে যদিও অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে। তাৰে প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যখনৰ লগতে সৰুপথাৰ আৰক্ষী থানাৰ সমীপত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઢોર પાર્ટી ને લઇ સ્થાયી સમિતિના અધ્યક્ષ ડો.હિતેન્દ્ર પટેલ એ પ્રતિક્રિયા આપી
ઢોર પાર્ટી ને લઇ સ્થાયી સમિતિના અધ્યક્ષ ડો.હિતેન્દ્ર પટેલ એ પ્રતિક્રિયા આપી
Breaking News: अंतरिक्ष में जोड़े जाएंगे Chandrayaan-4 के पार्ट्स... ISRO चीफ का बड़ा ऐलान | Aaj Tak
Breaking News: अंतरिक्ष में जोड़े जाएंगे Chandrayaan-4 के पार्ट्स... ISRO चीफ का बड़ा ऐलान | Aaj Tak
ખેડા ગોગજીપુરા શાળાનો સ્થાપના દિન ઉજવાયો.......
ખેડા ગોગજીપુરા શાળાનો સ્થાપના દિન ઉજવાયો.......
બોટાદ સર્કિટ હાઉસ ખાતે ગોપાલ ઈટાલીયા દ્વારા પ્રેસ કોન્ફરન્સ યોજાઈ 22 જેટલા ઉમેદવારો ની જાહેરાત કરી
બોટાદ સર્કિટ હાઉસ ખાતે ગોપાલ ઈટાલીયા દ્વારા પ્રેસ કોન્ફરન્સ યોજાઈ 22 જેટલા ઉમેદવારો ની જાહેરાત કરી
বিএছএনএলে আৰম্ভ কৰিলে এটা পৰিকল্পনা, প্ৰতিমাহে ৭৫জিবি ডাটা, ফ্ৰী কলিং আৰু এছএমএছ পাব
◾বিএছএনএলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰিছে এক অতি ৰোমাঞ্চকৰ প্ৰিপেইড প্লেন। ঘৰৰ পৰা কাম...