সৰুপথাৰ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আজি সৰুপথাৰতো ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে ধৰি ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰক দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কালি ভাৰত চৰকাৰে পাঁচখন ৰাজ্যৰ বাৰটাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে যদিও অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে। তাৰে প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যখনৰ লগতে সৰুপথাৰ আৰক্ষী থানাৰ সমীপত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीएमपीएस प्रबंधन का मदर्स डे तोहफा
रायबरेली- लालगंज कस्बे के प्रतिष्ठित शिक्षण संस्थान बक्शी मेमोरियल पब्लिक स्कूल लालगंज में मदर्स...
'ગદર 2'ની રિલીઝના બે અઠવાડિયા પૂરા થયા, કલેક્શન સાથે એક સારા અને ખરાબ સમાચાર
સની દેઓલ, અમીષા પટેલ સ્ટારર 'ગદર 2'ને ગુરૂવારે બે અઠવાડિયા પૂરા થઈ ગયા. બીજા સપ્તાહના છેલ્લા...
खुलताबाद येथे ग्रामसेवक संघटना ग्रामसेवक पतसंस्थेच्या वतीने रक्तदान शिबीर संपन्न
खुलताबाद येथे ग्रामसेवक संघटना व ग्रामसेवक पतसंस्था यांच्या संयुक्त विद्यमाने एल.जी.गायकवाड...
NEET Paper Leak के सवाल पर Rajasthan के शिक्षा मंत्री Madan Dilawar ने क्या कहा? सुनिए | Aaj Tak
NEET Paper Leak के सवाल पर Rajasthan के शिक्षा मंत्री Madan Dilawar ने क्या कहा? सुनिए | Aaj Tak