সোণাৰিত পথ দুৰ্ঘটনাত যুৱক নিহত

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা |  অগ্নি নিৰ্বাপক বাহিনীৰ বাহনত তীব্ৰ বেগী বাইকে খুন্দা মৰাত ৰঞ্জু বুঢাগোহাই নামৰ যুবক জন ঘটনাস্থলীতে নিহত হয় | যুবক জনৰ ঘৰ টিয়ক ৰজাবাৰীত | সৰবৰাহী যুবক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে |