অৰুণাচল প্ৰদেশত বিভিন্ন সময়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এটা দুৰ্নীতি বিৰোধী দলে ইটানগৰৰ পৰা প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰিছে নতুন দিল্লীলৈকে।আজি পদযাত্ৰা কৰি অহা প্ৰায় ২০ জনীয়া দলটি গহপুৰৰ বৰপুখুৰীত উপস্থিত হয়হি।বৰপুখুৰীৰ ৰাইজে দলটিক আদৰে আৰু দুৰ্নীতি বিৰোধী যাত্ৰাৰ সফলতা কামনা কৰে।দলটোৱে বহু কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছে বৰ্তমান চলিত প্ৰেমা খাণ্ডু চৰকাৰ খনৰ বিৰুদ্ধে। *গহপুৰৰ পৰা ৰাজীব বৰুৱা প্ৰতিবেদন।*
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रत्नागिरी जिल्हा परिषद: बदलीसाठी तीन हजार ८१ शिक्षकांची यादी जाहीर
रत्नागिरी जिल्हा परिषद प्राथमिक शिक्षकांची बदली पात्र आणि बदली अधिकार पात्र अशा तीन हजार ८१...
તળાજામાં જિલ્લા પોલીસ વડાની ઉપસ્થિતિમાં કેવો કાર્યક્રમ યોજાયો?જુઓ
તળાજામાં જિલ્લા પોલીસ વડાની ઉપસ્થિતિમાં કેવો કાર્યક્રમ યોજાયો?જુઓ
মাহমৰাৰ ডবা তিনি আলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত টাই মলুঙৰ আৰ্শীব্বাদ লৈ নিৰ্বাচণী প্ৰচাৰ।চলালে সাংসদ তপন কুমাৰ গগৈয়ে।
মঙলবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাতিনি আলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি দলৰ এখনি...
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
বালিপৰাৰ দিঘলী বালিজান,দিঘলী,ঢেকেৰিগাওঁ, বালিপৰা সমবায় সমিতি কাৰ্য্যলয়ৰ চৌহদত জৰাসৰ নৈৰ বাঢ়নী পানী
સિહોર વડલાચોક ભીલવાડા સુધી નવાં રોગને ક્યાં મુહૂર્ત માં મંજુર કરાયો હતો
સિહોરના વડલાચોક થી ભીલવાડા સુધીમાં બનેલા નવા આરસીસી રોડને ક્યાં મુર્હતમાં મંજુર કરાયો છે તે ઈશ્વર...