টিংখাঙৰ দুই পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে। পিতৃয়ে ৰ্জাচি গাই পালন কৰি পৰিয়ালটো পোহ পাল দি আহিছে। পিতৃৰ এই কামত সহায় কৰে পুত্ৰই। কিন্তু আজি ঘোষণা কৰা আৰক্ষী বেটেলিয়ানৰ ফলাফলৰ পিছতে হাঁহি বিৰিঙি উঠিছে টিংখাঙৰ এই পৰিয়ালটোৰ মুখত। টিংখাঙৰ বৰবাম পঞ্চায়তৰ লাচিত নগৰৰ নিবাসী নূৰ প্ৰসাদ উপাধ্যায় আৰু জোনালী উপাধ্যায় পুত্ৰ টিলক উপাধ্যায়ে ( Assam Police UB )ত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে চাকৰি লাভ কৰাৰ আনন্দত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক ধন্যবাদ জনালে । তদুপৰি দিন হাজিৰা কৰা টিংখাঙৰ ধোঁৱাপথাৰ গাঁৱৰ মিনা গগৈৰ পুত্ৰ ফোলকন গগৈয়েও ( Assam Police AB )ত চাকৰি লাভ কৰি ধন্যবাদ জনালে চৰকাৰক।কেৱল তিলক উপাধ্যায়ে বা ফুলকন গগৈয়ে নহয় টিংখাং সমষ্টিৰ আন বহু কেইজন যুৱক যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Realme Neo7 का लॉन्च कन्फर्म, पावरफुल प्रोसेसर के साथ अगले महीने होगी एंट्री
Realme Neo 7 स्मार्टफोन अगले महीने चाइना में लॉन्च होने वाला है। कंपनी ने इसके बारे में ऑफिशियल...
ગુજરાતમાં ભાજપ 150 થી વધુ સીટો મેળવશે
ગુજરાતમાં ભાજપ 150 થી વધુ સીટો મેળવશે
ડીસામાં ઠાકોર સમાજના ઉમેદવાર લેબજીભાઈ ઠાકોર
ડીસામાં ઠાકોર સમાજના ઉમેદવાર લેબજીભાઈ ઠાકોર
कोंबडयावर ताव मारण्यासाठी आला अन बिबट्या कोंबडयाच्या खुराड्यात अडकला
शिरुर: कवठे येमाई ता. शिरूर येथील इनाम वस्ती येथे शनिवार (दि. १९ ) रोजी रात्री दहा वाजता...