মৰঙীৰ ফলঙনিৰ বিশিষ্ট সমাজকৰ্মী,সাংস্কৃতিক কৰ্মী, ডা:মেৰাজউদ্দিন আহমেদ, এগৰাকী সৰবৰহি সমাজপ্ৰিয় ব্যক্তি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে ।তেতিয়াৰ বৰপেটা জিলাৰ ভৱানী পুৰৰ পৰা আহি গোলাঘাট জিলাৰ চিনাতলিত অৱস্হিত ভোগেশ্বৰ দত্ত হোমিও মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও পৰবৰ্তী পৰ্যায়ত অধ্যাপনাও কৰিছিল।পাছত আধাৰ সত্ৰৰ জোৱাই হৈ ফলঙনিৰ,নাহৰবাৰী অঞ্চলত হোমিও চিকিৎসা আৰম্ভ কৰে।ডা:নথকা অঞ্চল টোত তেখেতে দৰিদ্ৰ ৰাইজক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াইছিল । ।ফলঙনিত প্ৰতিস্থা হোৱা সমাজ কল্যাণ সাংস্কৃতিক সংঘই আয়োজন কৰা প্ৰথম ৰাস উৎসৱত কংসৰ ভাও কৰি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল।তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলৰ বাবে এক অপুৰনিয় ক্ষতি । তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে । শোক বিহ্বল হৈ পৰিছে সমগ্ৰ ৰাইজ । আজি পুৱা ফলঙনিৰ বালিজান মহজিদতত শেষকৃত সম্পন্ন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय पत्नी के साथ मिलकर ये पाकिस्तानी आतंकी दे रहा है आतंकी घटनाओं का अंजाम
जम्मू-कश्मीर के कुलगाम में शनिवार से मुठभेड़ चल रही है। इस मुठभेड़ में अब तक 8 आतंकी मारे गए हैं...
Lok Sabha: अदालतों में दलालों के चंगुल से बचाएगा अधिवक्ता संशोधन विधेयक, लोकसभा में मिली मंजूरी; राज्यसभा से पहले ही हो चुका है पास
नई दिल्ली। अदालत परिसरों में अब दलालों की भूमिका कतई खत्म हो जाएगी। सोमवार को लोकसभा में...
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট
সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুধীতা কৰি গোলাঘাটত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট। শুদ্ধ এন আৰ...
કાલોલ નગરપાલીકા દ્વારા વેપારીઓ પાસેથી પ્લાસ્ટીક બેગો જપ્ત કરી..
આગામી તહેવારોની અનુલક્ષીને કાલોલ નગર પાલિકા ના સેનેટરી ઇન્સ્પેકટર તથા સ્ટાફની...