সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুধীতা কৰি গোলাঘাটত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট। শুদ্ধ এন আৰ চি প্ৰস্তুত নকৰা পৰ্যন্ত সমষ্ঠি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অৱস্থান ধৰ্মঘট। ইয়াৰ উপৰিও শেহতীয়াকৈ চাৰিখন জিলা কৰ্তণ আৰু যোৰহাট জিলাৰ ৩৬ গাঁও গোলাঘাট জিলাত অন্তৰ্ভূক্ত কৰাৰ তিব্ৰ বিৰুধীতা দ'ল টোৰ। অতি সোনকালে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰা, চাৰিখনকৈ জিলা কৰ্তন কৰা, আৰু গোলাঘাট জিলাত যোৰহাট জিলাৰ গাঁও অন্তৰ্ভুক্তৰ বিৰুদ্ধে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kisan Andolan Updates: किसानों ने टाला दिल्ली कूच का फैसला, बॉर्डर पर किसान की मौत से भड़के किसान
Kisan Andolan Updates: किसानों ने टाला दिल्ली कूच का फैसला, बॉर्डर पर किसान की मौत से भड़के किसान
હળવદ નગરપાલિકા દ્વારા દબાણ હટાવ ઝુંબેશ હાથ ધરી પણ માત્ર એકજ લારીગલ્લો હટાવતા અનેક તર્કવિતર્ક સર્જાયા
હળવદ નગરપાલિકા દ્વારા દબાણ હટાવ ઝુંબેશ હાથ ધરી પણ માત્ર એકજ લારીગલ્લો હટાવતા અનેક તર્કવિતર્ક સર્જાયા
TCS Q4 Results Post Outlook: बाजार अनुमानों से अच्छे रहे नतीजे, अब TCS का शेयर खरीदें या नहीं?
TCS Q4 Results Post Outlook: बाजार अनुमानों से अच्छे रहे नतीजे, अब TCS का शेयर खरीदें या नहीं?