ইণ্ডিয়ান স্বচ্ছতা লীগ উপলক্ষে টংলা পৌৰ সভাৰ স্বচ্ছ ভাৰত মিছন( নগৰ)এ আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা দিনা পুৱা ৭ বজাত টংলা পৌৰ সভাৰ এলেকাত স্বচ্ছতা আৰু চাফ চিকুণ সজাগতাৰ বাবে চাইকেল ৰেলী উলিওৱা হয়। খালিংদুৱাৰ পৰিষদৰ এম চি এল এ তথা টংলা পৌৰ সভাৰ অধ্যক্ষ দিলীপ বড়োৱে শুভ উদ্বোধন কৰি টংলা চহৰখনক স্বচ্ছ , চাফ চিকুণকৈ ৰাখিবলৈ অনুৰোধ জনায়। আনহাতে হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথেও নিজৰ চহৰখনক চাফ চিকুণকৈ ৰাখিবলৈ টংলাবাসী ৰাইজক আহ্বান জনায়। আহক আমি চহৰখন চাফ- চিকুণকৈ ৰাখো, একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰক, জাৱৰ- জোঁথৰ , পেলনীয়া সামগ্ৰী নলা নৰ্দমাত নেপেলাই পৌৰ সভাৰ গাড়ীতহে দিব, পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, পেলনীয়া কেঁচা সামগ্ৰী জৈৱিক সাৰলৈ পৰিৱৰ্তন কৰক আদি কেবাটাও শ্লোগানেৰে পৌৰ সভাৰ কৰ্মচাৰী, হৰিশিঙা ৰাজহ চক্ৰ বিষয়া, কৰ্মচাৰী, বিদ্যালয় মহাবিদ্যালয়ৰ এন চি চি দলে টংলা নগৰৰ আকাশ- বতাহ মুখৰিত কৰি তোলে। টংলা পৌৰ সভাৰ জিতু পাঠক প্ৰমুখ্যে বিষয়ববীয়াই চাইকেল ৰেলী কাৰ্যসূচীক নেতৃত্ব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Air India के विमान में बम की धमकी, न्यूयॉर्क जा रही फ्लाइट की इमरजेंसी लैंडिंग
Breaking News: Air India के विमान में बम की धमकी, न्यूयॉर्क जा रही फ्लाइट की इमरजेंसी लैंडिंग
ગોત્રી અંબિકા નગરના રહેવાસીઓ વરસાદી કાસમાં ગટરનું પાણી ભળવાથી દુર્ગંધનો સામનો કરીરહ્યા છે
ગોત્રી અંબિકા નગરના રહેવાસીઓ વરસાદી કાસમાં ગટરનું પાણી ભળવાથી દુર્ગંધનો સામનો કરીરહ્યા છે
*रास्तभाव दुकानांना सीएससी केंद्र सुरू करण्यास शासनाकडून मंजूरी ;*
*जिल्ह्यातील दोन दुकानदारांना सी.एस.सी. केंद्राचे प्रमाणपत्र वितरीत*
परभणी, दि.26 (लक्ष्मण उजगरे) : सार्वजनिक वितरण व्यवस्थेमार्फत रास्तभाव दुकानातून धान्यासोबतच...
সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী
সোণাৰিত আছুৰ বিক্ষোভ কাৰ্যসূচী।সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উত্তাল...