নাজিৰা সমষ্টিৰ বামুণপুখুৰী চাহ বাগিছাত বাগিচাৰ স্বাস্থ্য বিভাগৰ সৌজন্যত নাজিৰা খণ্ড স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা আয়োজন কৰা হয় এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ। এই শিবিৰ উদ্বোধন কৰে নাজিৰাৰ বিধায়ক দেবব্ৰত শইকীয়াই । স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ লগতে সোপাধৰা , ভুত , ডাইনী এইবিলাকৰ নামত যাতে সামাজিক ভাৱে কাকো অত্যাচাৰ নকৰে তাৰ বাবেও সজাগ হবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ જિલ્લાના ઉપલેટામાં અચાનક કારખાનામાં આગ લાગી | SatyaNirbhay News Channel
રાજકોટ જિલ્લાના ઉપલેટામાં અચાનક કારખાનામાં આગ લાગી | SatyaNirbhay News Channel
গোলাঘাটৰ ঘিলাধাৰীত চুলাইৰ বিৰুদ্ধে অভিযান
#Breaking
#Golaghat ilicit liquor destroyed
গোলাঘাটৰ ঘিলাধাৰীত চুলাইৰ বিৰুদ্ধে অভিযান। চুলাই...
Dairy Free Diet: दूध, दही और पनीर खाना सही या गलत? जानें इन्हें डाइट में निकालने का असर
डेयरी प्रोडक्ट्स से परहेज करना इन दिनों आम बात बन गई है। कई लोग डेयरी प्रोडक्ट्स (Dairy Products)...