পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত কঞাঁ যুৱক সংঘৰ উদ্যোগত দহদিনীয়াকৈ আয়োজিত গ্ৰীস্মকালিন নাট কৰ্মশালাৰ আজি সামৰণি পৰে৷তদুপলক্ষে কঞাঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আবেলি সমাজকৰ্মী গগন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কেইবাজনো আমন্ত্ৰিত অতিথি উপস্থিত থাকে৷অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো হাইস্কুল আৰু হায়াৰচেকেণ্ডেৰী পৰীক্ষাৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰসংসা পত্ৰ প্ৰদান কৰে৷ইয়াৰ পিচতে দুখনকৈ আকৰ্ষনীয় নাট প্ৰদৰ্শনৰে দৰ্শকক মোহিত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kia India घरेलू बाजार में पेश करेगी 3 नई 7-सीटर एसयूवी, यहां देखिए पूरी लिस्ट
2024 के अंत या 2025 की शुरुआत में भारतीय बाजार में डेब्यू करने के लिए तैयार Kia EV9 इलेक्ट्रिक...
સમૌમોટા ગામે વિજય વિશ્વાસ સંમેલન યોજાયું....
સમૌમોટા ગામે વિજય વિશ્વાસ સંમેલન યોજાયું....
બોટાદ વિધાનસભા બેઠક પર ભાજપ દ્રારા સ્થાનિક ઉમેદવારને ટીકીટ આપવા કરાઈ બેઠક 2022
બોટાદ વિધાનસભા બેઠક પર ભાજપ દ્રારા સ્થાનિક ઉમેદવારને ટીકીટ આપવા કરાઈ બેઠક 2022
Renault Duster SUV अपडेट होकर लॉन्च होने को तैयार, जानें संभावित बदलावों के बारे में
अपकमिंग Dacia को नए इंजन ऑप्शन मिलने की संभावनाएं हैं। इसमें 1.3-लीटर टर्बो पेट्रोल यूनिट अब तक...