পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত কঞাঁ যুৱক সংঘৰ উদ্যোগত দহদিনীয়াকৈ আয়োজিত গ্ৰীস্মকালিন নাট কৰ্মশালাৰ আজি সামৰণি পৰে৷তদুপলক্ষে কঞাঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আবেলি সমাজকৰ্মী গগন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কেইবাজনো আমন্ত্ৰিত অতিথি উপস্থিত থাকে৷অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো হাইস্কুল আৰু হায়াৰচেকেণ্ডেৰী পৰীক্ষাৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰসংসা পত্ৰ প্ৰদান কৰে৷ইয়াৰ পিচতে দুখনকৈ আকৰ্ষনীয় নাট প্ৰদৰ্শনৰে দৰ্শকক মোহিত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जयपुर की एक होटल में महिला ने की खुदकुशी,सुसाइड नोट में लिखा-i love you,i miss you
: होटल के कमरे में सुसाइड... हैरान करने वाली यह खबर राजस्थान की राजधानी जयपुर से सामने आई है....
पत्रकार सुनील हावा पाटील यांना "समाज भूषण" पुरस्काराने सन्मानित
पत्रकार सुनील हावा पाटील यांना "समाज भूषण" पुरस्काराने सन्मानित
Congress PC: किसानों के बहाने Modi सरकार पर बरसे Randeep Surjewala, कहा- 'क्रूरता, बर्बरता...'
Congress PC: किसानों के बहाने Modi सरकार पर बरसे Randeep Surjewala, कहा- 'क्रूरता, बर्बरता...'
ખેડા મામલતદાર કચેરી તથા પ્રાંત અધિકારી કચેરી ફાયર સેફ્ટી શોભાના ગાંઠીયા સમાન 2022 | Spark Today News
ખેડા મામલતદાર કચેરી તથા પ્રાંત અધિકારી કચેરી ફાયર સેફ્ટી શોભાના ગાંઠીયા સમાન 2022 | Spark Today News