দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া সাত খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। উক্ত এই শুভাৰম্ভণি অনুষ্ঠানত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাৰ লগতে কেইবাটাও পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আবাস যোজনা (আচনি) ৰ অধীনত ৰাজ্যত নিৰ্মাণ হবলগা এক লাখ গৃহ নিৰ্মাণ কাৰ্যৰ ভিতৰত খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ বাৰখন গাওঁপঞ্চায়তৰ ১৬২ টা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वसंत पंचमी पर आज करें ये उपाय, छात्रों को मिलेगा मां सरस्वती का आशीर्वाद
आज वसंत पंचमी का त्योहार है। वसंत पंचमी पर देवी सरस्वती की पूजा करने का महत्व होता है। इस दिन...
દિયોદર આમ આદમી પાર્ટી ના કાર્યકર પ્રમુખ ડો જતીન પરમાર સહિત 30 થી વધુ યુવાનો ભાજપ માં જોડાયા..
દિયોદર આમ આદમી પાર્ટી ના કાર્યકર પ્રમુખ ડો જતીન પરમાર સહિત 30 થી વધુ યુવાનો ભાજપ માં જોડાયા.....
পৃথক বড়োলেণ্ড দাবীৰে BNSUৰ ধৰ্ণা, আৰক্ষী হাতত আটক
পৃথক বড়োলেণ্ড দাবীৰে BNSUৰ ধৰ্ণা, আৰক্ষী হাতত আটক।
'मुआवजे और बीमा में फर्क होता है, अग्निवीर के परिजनों को मिला सिर्फ इंश्योरेंस का पैसा'; राहुल गांधी का केंद्र पर हमला
नई दिल्ली। लोकसभा में नेता प्रतिपक्ष राहुल गांधी ने शुक्रवार को दोहराया कि बलिदानी अग्निवीर...
CM नीतीश को जान से मारने की धमकी देने वाला दबोचा, आरोपी के दिव्यांग पिता ने लगाई सरकार से मदद की गुहार
बिहार के सीएम नीतीश कुमार को जान से मारने की धमकी देने वाला शख्स को पटना पुलिस ने सूरत से...