বাদুলিপাৰত চুলাইৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান । দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত বাদুলিপাৰৰ চুলাইৰ ভাটিত নষ্ট কৰিলে ৩ হাজাৰ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা গেলাই থোৱা গুৰ লগতে ৮০০ লিটাৰ চুলাই মদ ৷ গোলাঘাট জিলাৰ আৱকাৰী বিভাগৰ জ্ঞাতসাৰেই এই সমূহ চুলাই ভাটি চলি অহাৰ অভিযোগ একাংশ সচেতন ৰাইজৰ । আজি বিশ্বকৰ্মা পূজাৰ দিনাই দেৰগাঁও আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱাত সচেতন ৰাইজে শলাগ লৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खजुराहो के मंदिरों में दिखाई दे रहा है आजादी का जश्न
खजुराहो के मंदिरों में दिखाई दे रहा है आजादी का जश्न
અમરેલી જિલ્લા ના પીપલગ ગામના વતની અને ક્ષત્રિય સમાજના કાર્યદક્ષ યુવા કાર્યકર્તા એવા શિવરાજ વાળા તેમના ૩૦૦ જેટલાં કાર્યકરો ને લઇ ને કૌશિકભાઈ વેકરીયા ના હાથે કેશરીયા ધારણ કર્યા.
અમરેલી જિલ્લા ના પીપલગ ગામના વતની અને ક્ષત્રિય સમાજના કાર્યદક્ષ યુવા કાર્યકર્તા એવા શિવરાજ વાળા...
Healthy Skin Diet: बढ़ती उम्र का असर न दिखे चेहरे पर, इसके लिए डाइट में शामिल करें ये चीजें
स्किन को हेल्दी और जवां बनाए रखने के लिए बाहरी केयर के साथ- साथ उसे अंदरूनी देखभाल की भी जरूरत...
সোণাৰি পৌৰসভাৰ বিৰুদ্ধে এ জে ৱাই চি পিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
সোণাৰি পৌৰসভাৰ বিৰুদ্ধে এ জে ৱাই চি পিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন