প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিনৰ উপলক্ষে আজিৰ পৰা অহা ০২ অক্টোবৰলৈকে আৰম্ভ হোৱা সেৱা পষেকৰ অংশস্বৰূপে ভাৰতীয় জনতা যুৱ মৰ্চা,নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ উদ্যোগত গণকদলনী পঞ্চায়তৰ ১নং ৰূপতলী প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে তেজৰ গ্ৰুপ পৰীক্ষা শিবিৰ। উক্ত অনুস্থানটো শুভ উদ্বোধন কৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে "অন্ত্যোদয়াৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগুৱাই সমাজৰ প্ৰতিজন লোকক আঁচনি আৰু সেৱাসমূহৰ সুবিধা প্ৰদানেৰে ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হৈ থকা" প্ৰধানমন্ত্ৰী গৰাকীক জন্মদিনৰ আন্তৰিক ওলগ আৰু শ্ৰদ্ধা জনাই। উক্ত অনুস্থানত উপস্থিত থাকে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অধক্ষ্য বিষ্ণু দেউৰী,ভাৰতীয় জনতা যুৱ মৰ্চা,নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি বিতোপন কোঁৱৰ,বিজেপি ৰাজ্যিক প্ৰভাৰী মনোজ দত্তকে ধৰি বহুকেইজন জেষ্ঠ বিজেপি নেতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পেঙেৰীত তিনি কানি মাফিয়া আটক।
পেঙেৰীত তিনি কানি মাফিয়া আটক।
EV: अब आम आदमी भी धड़ल्ले से खरीदेंगे इलेक्ट्रिक कार, सरकार करेगी ये मदद
Electric Vehicle: नए साल पर इलेक्ट्रिक वाहन खरीदने (electric vehicle)वालों की चांदी होने वाली है....
ঢকুৱাখনা ঘিলামৰাত ৰাতি দুপৰলৈকে চলিল ৭৬তম স্বাধীনতা দিৱসৰ সাংস্কৃতিক অনুষ্ঠান
ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত আৰু ঘিলামৰাবাসী ৰাইজৰ সহযোগত কৃষ্টি ভৱনত অনুষ্ঠিত এই সাংস্কৃতিক...
जैन आचार्य लोकेशजी ने नाकोड़ा तीर्थ पहुंचकर विश्व शांति केंद्र की सफलता हेतु की प्रार्थना। 2 मार्च को “विश्व शांति केंद्र” के उद्घाटन समारोह का जन्मभूमि पचपदरा वासियों को दिया का न्यौता
पचपदरा में आचार्य लोकेश सेवा सद्भावना ट्रस्ट द्वारा प्रस्तावित विश्व स्तरीय अस्पताल के निर्माण को...