দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে টিংখাং সমষ্টিৰ অন্তৰ্গত টিংখাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া পাঁচ খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মন্ত্ৰী বিমল বৰাই। এই শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ,টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতা,টিংখাং উন্নয়ন খণ্ডৰ বিষয়া তাপশ্ৰী দেৱনাথৰ লগতে পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে ২,৬২৫ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে । টিংখাঙত সৰ্বমুঠ ১১ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર નગરમાંથી ૧૬ નબીરાઓ જુગાર રમતા ઝડપાયા : જુગાર રમાડનાર ફરાર
પાવીજેતપુર,તા.૩૧
પાવીજેતપુર નજીક નાની રાસલી રોડ...
সোণাৰিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ
অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল সোণাৰি। অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ...
સુપ્રસિદ્ધિ યાત્રાધામ પાવાગઢ ખાતે ડુંગરની ટોચ પર આવેલ મહાકાળી માતાજીના મંદિર પરિસરમાં અનેક મહાનુભવોની ઉપસ્થિતિમાં સૂર્ય નમસ્કારનો કાર્યક્રમ યોજાયો.
સૂર્ય નમસ્કારને વિશ્વસ્તરીય ફલક પર લઈ જવા માટે ગુજરાત રાજ્ય યોગ બોર્ડ અને રમત ગમત, યુવા અને...
গোলাঘাটৰ ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন।
গোলাঘাটত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন।গোলাঘাটৰ বিশিষ্ট...
গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ
গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ