চৰকাৰী বিনামূলীয়া চাউলে ৰাজ্যৰ কৃষিখণ্ডলৈ মাতিব নেকি অমানিশা ... !
শাওনৰ বতৰটো ৰাজ্যৰ একাংশ উদং পথাৰে কি সংকেট কঢ়িয়াইছে ৰাজ্যৰ কৃষি খণ্ডলৈ ?
পেট্ৰল - ডিজেল আৰু ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধি, এফালে ধানৰ উৎপাদন খৰচতকৈ বজাৰ মূল্য কমহোৱা বিষয়টোৱে শাওনমহীয়া পথাৰৰ পৰা যেন আতৰাই ৰাখিছে একাংশ কৃষকক ৷