নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আৰু কামৰূপ আৰু নলবাৰী জিলাৰ সমন্বয় স্থলী বৰগাছাত বিগত বছৰ কেইটাৰ দৰে এইবেলি হিন্দু আৰু মুছলমান লোকৰ সমন্বিত প্ৰচেষ্টাত ত্ৰয়োবিংশতিতম শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷একৰ পৰা পাচ অক্টোবৰলৈ বৰ্নাধ্য কাৰ্য্যসূচীৰে আয়োজিত দুৰ্গাপূজা উদযাপন সমিতিৰ উপসভাপতি হিচাবে মুছলমান সম্প্ৰদায়ৰ মঃগণি আলি আৰু সহকাৰী সম্পাদক হিচাবে মঃৰুবুল চৌধুৰীৰ লগতে কেইবাজনো কেইবাজনো মুছলিম সম্প্ৰদায়ৰ লোক অন্তৰ্ভুক্ত হৈ থকাত সমগ্ৰ ৰাজ্যলৈ এটি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে৷মনকৰিবলগীয়া যে ইছলাম ধৰ্মীয় লোক সকলৰ উপসনা স্থলী মছজিদ আৰু বৰগাছা দুৰ্গাপূজা মন্দিৰ ওচৰাওচৰিকৈ প্ৰতিষ্ঠা হৈছে উক্ত সমন্বয় স্থলীত৷প্ৰতিপূৱাই মছজিদৰ আজান আৰু দুৰ্গা মন্দিৰৰ ডবা শঙ্খৰ শব্দই সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে৷এইবেলি পূজাও সেই একে বাৰ্তাৰে উদযাপন হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અટલ બ્રિજ પર PM મોદીની લટાર, જુઓ વાયરલ વીડિયો
અટલ બ્રિજ પર PM મોદીની લટાર, જુઓ વાયરલ વીડિયો
চৰকাৰৰ দৃষ্টি নপৰা সাপেখাতীৰ এটি অঞ্চল: অতিষ্ঠ ৰাইজে বৰ্জন কৰিব ৭৬ সংখ্যক স্বাধীনতা দিৱস
১০৬নং সোণাৰি বিধান সভাৰ সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত হৰিদেৱ পঞ্চায়তৰ পশ্চিম বালিখেতীয়া...
૧૦૮ ફૂટ લાંબી અગરબત્તી શહેરા ખાતે પહોંચી, ભક્તોએ કર્યું સ્વાગત
વડોદરા થી અયોધ્યા જતી 108 ફૂટ લાંબી અગરબત્તી શહેરા ખાતે આવી પહોંચતા નગરજનો અને ભક્તોએ ફટાકડા ફોડી...
Asian Games 2023 : एशियन गेम्स में भारत को आज 2 ब्रॉन्ज मेडल, रोलर स्केटिंग मीटर में मिला Bronze |
Asian Games 2023 : एशियन गेम्स में भारत को आज 2 ब्रॉन्ज मेडल, रोलर स्केटिंग मीटर में मिला Bronze |
Farmers Protest: Shambhu Border पर देर रात किसानों पर दागे गए आंसू गैस Delhi Police | Haryana News
Farmers Protest: Shambhu Border पर देर रात किसानों पर दागे गए आंसू गैस Delhi Police | Haryana News