নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আৰু কামৰূপ আৰু নলবাৰী জিলাৰ সমন্বয় স্থলী বৰগাছাত বিগত বছৰ কেইটাৰ দৰে এইবেলি হিন্দু আৰু মুছলমান লোকৰ সমন্বিত প্ৰচেষ্টাত ত্ৰয়োবিংশতিতম শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷একৰ পৰা পাচ অক্টোবৰলৈ বৰ্নাধ্য কাৰ্য্যসূচীৰে আয়োজিত দুৰ্গাপূজা উদযাপন সমিতিৰ উপসভাপতি হিচাবে মুছলমান সম্প্ৰদায়ৰ মঃগণি আলি আৰু সহকাৰী সম্পাদক হিচাবে মঃৰুবুল চৌধুৰীৰ লগতে কেইবাজনো কেইবাজনো মুছলিম সম্প্ৰদায়ৰ লোক অন্তৰ্ভুক্ত হৈ থকাত সমগ্ৰ ৰাজ্যলৈ এটি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে৷মনকৰিবলগীয়া যে ইছলাম ধৰ্মীয় লোক সকলৰ উপসনা স্থলী মছজিদ আৰু বৰগাছা দুৰ্গাপূজা মন্দিৰ ওচৰাওচৰিকৈ প্ৰতিষ্ঠা হৈছে উক্ত সমন্বয় স্থলীত৷প্ৰতিপূৱাই মছজিদৰ আজান আৰু দুৰ্গা মন্দিৰৰ ডবা শঙ্খৰ শব্দই সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে৷এইবেলি পূজাও সেই একে বাৰ্তাৰে উদযাপন হব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गडचिरोली जिल्यात 10 नवे कोरोबाधीत रुग्ण
गडचिरोली जिल्ह्यात आज 10 कोरोना बाधित तर 23 कोरोनामुक्त
गडचिरोली,(महाराष्ट्र )दि.04:...
Karwa Chauth 2023: करवा चौथ पूजन का शुभ मुहूर्त | Karwa Chauth poojan timings | Karwa Chauth time
Karwa Chauth 2023: करवा चौथ पूजन का शुभ मुहूर्त | Karwa Chauth poojan timings | Karwa Chauth time
નવાગઢ નગરપાલીકામાં હલકી ગુણવતા વાળુ મટીરીયલ વપરાતુ હોવાનો આ્ક્ષેપ
#buletinindia #gujarat #jetpur
ওদালগুৰি জিলাৰ খৈৰাবাৰিত হিন্দু জাগৰণ অসমৰ বাইক যাত্ৰা।
ওদালগুৰি জিলাৰ খৈৰাবাৰিত হিন্দু জাগৰণ অসমৰ বাইক যাত্ৰা।
जम्मू-कश्मीर में सेकेंड फेज की 26 सीटों पर कल वोटिंग:उमर अब्दुल्ला 2 सीटों से चुनाव लड़ रहे
जम्मू-कश्मीर विधानसभा चुनाव के दूसरे चरण में कल बुधवार (25 सितंबर) को 6 जिलों की 26 विधानसभा...