ধেমাজি জিলাৰ জীয়াধল নদীৰ বানে চিঙিল মথাউৰি ৷ আজি সন্ধিয়া ভাগত জীয়াধল নদীৰ সোঁপাৰৰ মথাউৰিৰ বৰদলনি পঞ্চায়তৰ সাপেখাটি গাঁৱৰ অংশত মথাউৰি চিগাৰ ফলত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে মথাউৰি চিগা অংশইদি সোমাই অহা পানীয়ে জলমগ্ন কৰি ন-ন অঞ্চল পেলাই ৰাইজক শংকিত কৰি তুলিছে ৷ উল্লেখযোগ্য যে অৰুনাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত আজি পুৱাৰে পৰা জীয়াধল নদী ফেনেফুটুকাৰে বাঢ়ি বহু অঞ্চল প্লাৱিত কৰাৰ উপৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজান অংশত থকা কুমতীয়া পকী দলঙৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত জিলা প্ৰশাসনে দলঙখনৰ ওপৰেৰে যানবাহন চলাচল বন্ধ কৰি দিয়ে ৷ দুগত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰি দুটা আশ্ৰয় শিবিৰ স্হাপন কৰি সাহৰ্য প্ৰদান কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देश में खराब मौसम ने ली 3 हजार से ज्यादा लोगों की जान, किसानों को भी हुआ बड़ा नुकसान; चौंकाने वाली है ये रिपोर्ट
देश में इस साल बदलते मौसम के मिजाज ने कई लोगों की जान ले ली है। कभी भीषण गर्मी का कहर दिखा तो...
દ્વારકા રૂપણ બંદર પર અકસ્માત સર્જાયો
દ્વારકા રૂપણ બંદર પર અકસ્માત સર્જાયો
ફળદુ વાડી ખાતે કડવા પાટીદાર સમાજની બહોળી સંખ્યામાં જન મેદની ઊમટી મહા સંમેલન યોજાયું
ફળદુ વાડી ખાતે કડવા પાટીદાર સમાજની બહોળી સંખ્યામાં જન મેદની ઊમટી મહા સંમેલન યોજાયું
राजस्थानी छोरे का अमेरिका में कमाल! सिर पर कांच के 18 गिलास, उसके ऊपर मटका रख किया डांस
राजस्थानी छोरा प्रवीण प्रजापत ने अपनी अद्भुत कलाकारी से अमेरिका वासियों का दिल जीत लिया. एक दिन...
विषारी औषध प्राशन केल्याने महिलेची आत्महत्या ;गुन्हा दाखल@india report
विषारी औषध प्राशन केल्याने महिलेची आत्महत्या ;गुन्हा दाखल@india report