সোণাৰিৰ নাফুক চাহ বাগিচাত নতুন পানী যোগান আঁচনি উদ্বোধন কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগ, নাজিৰা সংমণ্ডলৰ অন্তৰ্গত ২০২১-২২ বৰ্ষৰ "জল জীৱন মিছন"ৰ অধীনত স্থাপন কৰা পানী যোগান আঁচনি খন আজি উদ্বোধন কৰা হয়। নাফুক খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিনৰ উপলক্ষ্যে মৰাণত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়
আজি বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন । এই উপলক্ষে মছজিদ এ-ইমাম অহমদ ৰজা মৰাণ শান্তিপুৰ সমিতিৰ...
ધાનેરા રોડ ઘણા સમય થી રિપેર કરવામાં આવતો નથી કે પોહલો રોડ પણ કરવામાં આવતો નથી #newsgujaratilive,
ધાનેરા રોડ ઘણા સમય થી રિપેર કરવામાં આવતો નથી કે પોહલો રોડ પણ કરવામાં આવતો નથી #newsgujaratilive,
Breaking News: Rajasthan के नए CM का ऐलान | Bhajan Lal Sharma | Vasundhara Raje | Rajasthan New CM
Breaking News: Rajasthan के नए CM का ऐलान | Bhajan Lal Sharma | Vasundhara Raje | Rajasthan New CM