শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘৰ সৌজন্যত অহা ২০ চেপ্তেম্বৰত বিয়াল্লিছৰ শ্বহীদ মুকুন্দ কাকতিৰ জন্ম গাওঁ বৰভাগৰ সোনকানিত শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘ বাকৰিত শ্বহীদ গৰাকীৰ ৮১ তম্ স্মৃতি দিৱস আয়োজনৰ ব্যাপক আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা সংঘৰ পতাকা উত্তোলন,ৰাষ্ট্ৰীয় পতাকা উত্তোলন,শ্বহীদৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ,চাফাই অভিযান,ভেশচন প্ৰতিযোগিতা,বৃক্ষৰোপণ,চিত্ৰাংকন,ৰচনা আৰু খেলধেমালি প্ৰতিযোগিতা,সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলন,আমন্ত্ৰিত অতিথি সকলৰ লগতে কৃতি ছাত্ৰছাত্ৰীৰ সম্বৰ্ধনা আৰু অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৱ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka Election 2023: 1988 के बाद केवल एक CM ने पूरा किया पांच साल का कार्यकाल, चार बार लगा राष्ट्रपति शासन
नई दिल्ली, अच्युत कुमार द्विवेदी। Karnataka Assembly Election 2023: कर्नाटक में साल...
ધોરણ 9માં ભણતા સગીરે ચપ્પુ-હથોડી મારી પિતાને જ પતાવી દીધો
શહેરમાં ગુનાખોરીનો ગ્રાફ વધી રહ્યો છે, ત્યારે વધુ એક ચોંકાવનારી ઘટના સામે આવી છે. પુત્ર દ્વારા જ...
Double Chin की प्रॉब्लम दूर करने में ये 2 आसन है बेहद असरदार, पेट पर जमी चर्बी भी होती है कम
अगर आप Double Chin से परेशान हैं और इसे कम करने का कोई मैजिक ढूंढ़ रही हैं तो वो बेशक पॉसिबल नहीं...
નવપરા નિકોલી ગામે જમીન બાબતે ઝગડો કરી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ નોંધાઇ
નવપરા નિકોલી ગામે જમીન બાબતે ઝગડો કરી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ નોંધાઇ
મળતી...
পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ নামদাং নদীত
পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ নামদাং নদীত
আমগুৰি নামতিৰ খামুনৰ পৰা নিৰুদ্দেশ হোৱা পিতৃ...